নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।Voting for Congress means putting Haryana's stability and development at risk: PM Modi in Sonipat
September 25th, 12:48 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.PM Modi addresses a massive gathering in Sonipat, Haryana
September 25th, 12:00 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 19th, 06:33 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu
January 19th, 06:06 pm
Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 23rd, 02:11 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, মঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল, এই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
September 23rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।জয়পুৰত খেল মহাকুম্ভত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 05th, 05:13 pm
সৰ্বপ্ৰথমে জয়পুৰ মহাখেলত মেডেল জয় কৰা, এই প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেক খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক বহুত-বহুত অভিনন্দন। আপোনালোক সকলোৱে জয়পুৰৰ খেলপথাৰত কেৱল খেলিবলৈ নমা নাই। আপোনালোকে জিকিবলৈও নামিল, আৰু শিকিবলৈও নামিল। আৰু য'ত শিকা হয়, তাত জয় নিজেনিজেই সুনিশ্চিত হৈ যায়। খেলপথাৰৰ পৰা কেতিয়াও কোনো খেলুৱৈ শুদা হাতে ঘূৰি নাযায়।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 05th, 12:38 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কাবাদী মেচো প্ৰত্যক্ষ কৰে৷ জয়পুৰ গ্ৰাম্যৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰে ২০১৭ চনৰ পৰা জয়পুৰ মহাখেলৰ আয়োজন কৰি আহিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।