
ৰাষ্ট্ৰীয় ৰ’পৱে উন্নয়ন কাৰ্যসূচী-পৰ্বতমালা পৰিযোজনাৰ অধীনত উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহেব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
March 05th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় হ’ব ২,৭৩০.১৩ কোটি টকা।
ৰাষ্ট্ৰীয় ৰ’পৱে উন্নয়ন কাৰ্যসূচী – পৰ্বতমালা প্ৰকল্পৰ অধীনত উত্তৰাখণ্ডৰ সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
March 05th, 03:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেট কমিটীয়ে সোনপ্ৰয়াগৰ পৰা উত্তৰাখণ্ডৰ কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটো ডিজাইন, নিৰ্মাণ, বিত্ত, পৰিচালনা আৰু হস্তান্তৰ (ডিবিএফঅ’টি) পদ্ধতিৰ অধীনত মুঠ ৪,০৮১.২৮ কোটি টকা ব্যয়েৰে বিকাস সাধন কৰা হ’ব।