নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 17th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 17th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন সন্দৰ্ভত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 05:11 pm
মই আনন্দিত যে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ সৈতে যুক্ত সকলো গুৰুত্বপূর্ণ ব্যক্তি আজি ইয়াত উপস্থিত আছে৷ এই আলোচনা-চক্ৰ আয়োজনৰ বাবে প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি ইয়াত যি আলোচনা হ’ব আৰু তাৰ পৰা যি ফল পোৱা যাব, সেইবোৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী আৰু গতিশীল কৰিব৷ আপোনালোক সকলোৱে যি পৰামর্শ আগবঢ়াইছে, পৰস্পৰৰে পৰামর্শৰ মাজেৰে আলোচনা কৰিছে, সেয়া নিঃসন্দেহে অনাগত দিনত দেশৰ বাবে অতি উপকাৰী হিচাপে প্ৰমাণিত হ’ব৷প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক ছেমিনাৰ সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
August 27th, 05:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা উত্পাদন বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য।Empowered citizens are strongest pillars of our democracy: PM Modi
March 06th, 07:05 pm
Inaugurating the new Central Information Commission building in New Delhi, PM Narendra Modi that transparency and accountability were requisite for democratic and participative governance. He said that empowered citizens were the strongest pillar of our democracy and the Government, in the last 3.5 years, through its initiatives had informed and empowered the citizens.নতুন দিল্লীত কেন্দ্রীয় তথ্য আয়োগৰ নতুন ভৱন উদ্বোধন প্রধানমন্ত্রীৰ
March 06th, 07:00 pm
প্রধানমন্ত্রীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় তথ্য আয়োগ(চিআইচি)ৰ নতুন ভৱন উদ্বোধন কৰে।Today, India is the hot-spot of digital innovation: PM Narendra Modi
February 19th, 11:30 am
While addressing the World Congress on Information Technology, PM Modi remarked, “In the 21st century, technology is becoming an enabler for this concept. It helps us create a seamless, integrated world.” He remarked that India was now the hot-spot of digital innovation, across all sectors and the country processed not only a growing number of innovative entrepreneurs, but also a growing market for tech innovation.