মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰধানমন্ত্ৰী-স্বনিধি যোজনাৰ অধীনত হিতাধিকাৰীসকলক অনুমোদিত ঋণ স্থানান্তৰ আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 19th, 05:15 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশ্যৰীজী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেজী, উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাহুল নাৰ্ভেকাৰজী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত উপস্থিত থকা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰায় ৩৮,৮০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে
January 19th, 05:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণ হস্তান্তৰৰো পদক্ষেপ লয়। এই পৰিকল্পনাত মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰা, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ কাৰ্যৰ শিলান্যাস কৰা আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্ট, ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানাৰ উদ্বোধন কৰা আৰু মুম্বাইত পথসমূহৰ প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে পথ নিৰ্মাণ পৰিকল্পনা আৰম্ভ কৰা অন্তৰ্ভুক্ত আছে।ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 01st, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 01st, 11:00 am
আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 17th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 17th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।The biggest power of technology is that it can empower poor: PM Modi at DigiDhan Mela
December 30th, 05:02 pm
Prime Minister Narendra Modi on Friday launched BHIM (Bharat Interface for Money)—an app that can be used by citizens for making digital transactions and payments. The app is part of an aggressive effort by the government to promote a less-cash economy. It enables users to make all forms of cashless payments using various digital modes, including debit/credit cards, USSD, UPI and Aadhaar-enabled payment system.Prime Minister Narendra Modi at 6th DigiDhan Mela in New Delhi's Talkatora Stadium
December 30th, 05:00 pm
PM Narendra Modi today attended Digi Dhan Mela in New Delhi. PM Modi launched the new Aadhar based BHIM App for making payments. PM Modi said, There was a time when an illiterate was called 'angutha chhap' but now, time has changed. Your thumb is your bank now. It has become your identity now. PM Modi said in addition to his role in making of the Constitution, Dr. Ambedkar was also a great economist. He said launch of the BHIM App is significant. The Prime Minister said mantra of Dr. Ambedkar was to work for the upliftment of the poor. And the biggest power of technology is that it can empower the poor.PM’s address at BJP Parliamentary meet in New Delhi, 16 December, 2016
December 16th, 07:37 pm
Prime Minister Shri Narendra Modi today addressed BJP MPs at a Parliamentary Party meet in New Delhi. PM Modi condemned the opposition parties for disrupting the Winter Session of Parliament. During his address, PM Modi said that when the government is working against corruption and black money the opposition is defending the corrupt.For us, the nation comes first: PM at BJP Parliamentary Meet
December 16th, 07:26 pm
Prime Minister Shri Narendra Modi today addressed BJP MPs at a Parliamentary Party meet in New Delhi. During his address, PM Modi condemned the opposition parties for disrupting the ongoing Winter Session of Parliament. PM Modi also asked BJP MPs to spread the message of demonetization to the people.NITI Aayog announces launch of the schemes - Lucky Grahak Yojana and Digi-Dhan Vyapar Yojana - for incentivising digital payment
December 15th, 03:25 pm
Government has rolled out the Lucky Grahak Yojana and Digi Dhan Vyapar Yojana to promote cashless transactions. This will further incentivise digital payments and would be a big boost in the move towards cashless and corruption-free India. The scheme will become operational with the first draw on 25th December, 2016 (as a Christmas gift to the nation) leading up to a Mega Draw on Babasaheb Ambedkar Jayanti on 14th April 2017.