আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
April 19th, 03:49 pm
মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!জামনগৰত ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 19th, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেইছাছৰ উপস্থিতিত জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ পৰ ট্ৰেডিশ্যনেল মেডিচিন’(জিচিটিএম)ৰ আধাৰশিলা স্থাপন কৰে। পাৰম্পাৰিক ভেষজৰ ক্ষেত্ৰত ‘জিচিটিএম’ হ’ব সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ গোলকীয় কেন্দ্ৰৰ চকী। গোলকীয় কল্যাণৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব এইটো কেন্দ্ৰ। এই উপলক্ষে বাংলাদেশ, ভূটান, নেপালৰ প্ৰধানমন্ত্ৰীকেইগৰাকীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মঞ্জুপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলও উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু ২ লক্ষাধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব
December 20th, 10:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত ২ লাখৰো অধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব।প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷শ্ৰেণী কোঠাত এগৰাকী নিৰীক্ষক থকাৰ দৰে পুষ্টিৰ ক্ষেত্ৰতো এগৰাকী নিৰীক্ষক থকা উচিত; ৰিপ’ৰ্ট কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো থকা উচিত বুলি মন কী বাতত কয় প্ৰধানমন্ত্ৰীয়ে
August 30th, 03:46 pm
মন কী বাতৰ শেহতীয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হ’ব৷ তেওঁ কয় যে দেশ আৰু পুষ্টিৰ মাহত ওতঃপ্ৰোত সম্পৰ্ক আছে৷ তেওঁ ‘যথা অন্নম, তথা মান্নম’ শীৰ্ষক প্ৰবাদৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ অৰ্থ হৈছে মানসিক আৰু বৌদ্ধিক বিকাশ প্ৰত্যক্ষভাৱে আমাৰ মানসম্পন্ন খাদ্যৰ সৈতে সম্পৰ্ক আছে৷ তেওঁ কয় যে উপযুক্ত পুষ্টিয়ে শিশু আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুক্ষ্মতা প্ৰদৰ্শনৰ বাবে সৰ্বোত্তম সম্ভাৱনা গঢ়ি তোলাত ডাঙৰ ভূমিকা পালন কৰে৷ তেওঁ শিশুৰ পুষ্টিৰ বাবে মাতৃগৰাকীয়েও উপযুক্ত পুষ্টিকৰ খাদ্য পোৱাটো দৰকাৰ বুলি গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে কয় যে পুষ্টি মানে কেৱল অত্যাৱশ্যকীয় পুষ্টি, নিমখ আৰু ভিটামিন ইত্যাদিকে নুবুজায়৷At the root of India’s brave fight against COVID-19 is the hardwork of medical community & our Corona Warriors: PM
June 01st, 01:50 pm
Addressing the 25th anniversary programme of RHUGS via video conferencing, PM Modi said, At such a time, the world is looking up to our doctors, nurses, medical staff and scientific community with hope and gratitude. The world seeks both ‘care’ and ‘cure’ from you. The PM also strongly condemned the violence against front-line workers.PM Modi addresses 25th anniversary programme RGUHS
June 01st, 11:27 am
Addressing the 25th anniversary programme of RHUGS via video conferencing, PM Modi said, At such a time, the world is looking up to our doctors, nurses, medical staff and scientific community with hope and gratitude. The world seeks both ‘care’ and ‘cure’ from you. The PM also strongly condemned the violence against front-line workers.In addition to rights, we must give as much importance to our duties as citizens: PM
December 25th, 02:54 pm
PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.PM Lays foundation stone of Atal Bihari Vajpayee Medical University
December 25th, 02:53 pm
PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিল গেটছক সাক্ষাৎ কৰে
November 18th, 07:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিল এণ্ড মেলিণ্ডা ফাউণ্ডেচনৰ সহঃঅধ্যক্ষ শ্ৰীমান বিল গেটছক সাক্ষাৎ কৰে৷ তেওঁ সম্প্ৰতি তিনিদিনীয়া ভাৰত ভ্ৰমণত ব্যস্ত আছে৷ মোদী আৰু বিল গেটছে যোৱা ছেপ্তেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আজৰি সময়ত অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল৷Ayushman Bharat is a holistic solution for a healthy India: PM Modi
October 01st, 04:00 pm
Prime Minister Modi addressed the Arogya Manthan programme to mark one year of Ayushman Bharat Yojana. The Prime Minister said Ayushman Bharat is one of the revolutionary steps of New India. He termed it as a symbol of collective resolve and strength of 130 crore people in India.আয়ুষ্মান ভাৰতৰ প্ৰথমবৰ্ষপূৰ্তি উপলক্ষে আয়োজিত আৰোগ্য মন্থন সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ
October 01st, 03:58 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘আয়ুষ্মান ভাৰত’ৰ বাবে এটা নতুন ‘মোবাইল এপ্লিকেশ্যন’ৰ শুভাৰম্ভ কৰে। দেশৰ ১০.৭০ কোটি দৰিদ্ৰ পৰিয়ালক চিকিত্সা সেৱা আগবঢ়াই আৰোগ্য জীৱন প্ৰদান কৰিব পৰাকৈ আৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত’ শীৰ্ষক স্বাস্থ্য বীমা আঁচনিখনৰ বাবে এই এপটো বাৰুকৈয়ে উপযোগী হ’ব বুলি আশা কৰা হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে নতুন দিল্লীত আয়োজিত ‘আৰোগ্য মন্থন’ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে নতুন এপটো মুকলি কৰে। উল্লেখ্য যে বিশাল সংখ্যক লোকক চিকিত্সা ব্যয়ৰ পৰা সকাহ দান কৰিব পৰা ‘আয়ুষ্মান ভাৰত’ ইতিমধ্যে পৃথিৱীৰ ভিতৰতে বৃহত্তম স্বাস্থ্য বীমা আঁচনি বুলি পৰিগণিত হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ বৰ্ষপূৰ্তিৰ সামৰণি সমাৰোহ হিচাপে আয়োজিত ‘আৰোগ্য মন্থন’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰিছিল। অনুষ্ঠানত তেওঁ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ‘আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ৰ কেইগৰাকীমান নিৰ্বাচিত হিতাধিকাৰীৰ সৈতেও কথা-বতৰা পাতে।BJP has been taking strong, bold decisions in the long-term interests of the people: PM Modi
May 05th, 02:22 pm
Highlighting the BJP’s development model at a rally in Madhya Pradesh’s Gwalior, PM Modi said, “BJP has been taking strong, bold decisions in the long-term interests of the people without discriminating on the basis of caste or creed or indulging in corruption since 2014. The people of Madhya Pradesh in particular have witnessed how the state government of Congress has totally failed to meet the expectations of the people or to address their grievances.”The Congress and its ‘Mahamilawati’ allies spent decades ruling the country but could not eradicate poverty: PM Modi
May 05th, 02:21 pm
At a rally in Madhya Pradesh's Sagar, PM Modi targeted the Congress and said, “The Congress and its Mahamilawati allies spent decades ruling the country but could not eradicate poverty from the country and neither provide access to basic necessities of life to the poor. All that should have been done by governments in previous decades is being done by us during the 21st century such as providing sanitation, electricity and clean cooking fuel to the poor.Congress government in M.P. has been a colossal failure: PM Modi in Madhya Pradesh
May 05th, 02:20 pm
Prime Minister Narendra Modi addressed two major rallies in Sagar and Gwalior in Madhya Pradesh after addressing another such rally in U.P earlier today.Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment for our children: PM Modi
February 11th, 12:45 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.PM Modi takes part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan
February 11th, 12:44 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.