21st century is about fulfilling every Indian's aspirations: PM Modi in Lok Sabha
August 10th, 04:30 pm
PM Modi replied to the Motion of No Confidence in Lok Sabha. PM Modi said that it would have been better if the opposition had participated with due seriousness since the beginning of the session. He mentioned that important legislations were passed in the past few days and they should have been discussed by the opposition who gave preference to politics over these key legislations.লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
August 10th, 04:00 pm
সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।জাৰ্মানীৰ চেঞ্চেলৰে ভাৰতলৈ ভ্ৰমণ কৰাৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি/সন্ধিৰ তালিকা (১ নৱেম্বৰ ২০১৯)
November 01st, 03:26 pm
জাৰ্মানীৰ চেঞ্চেলৰে ভাৰতলৈ ভ্ৰমণ কৰাৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি/সন্ধিৰ তালিকা (১ নৱেম্বৰ ২০১৯)বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা যুটীয়া বিবৃতি
October 05th, 06:40 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কৰ বুনিয়াদ গঢ়া পৰস্পৰৰ উমৈহতীয়া ঐতিহাসিক পটভূমি, সংস্কৃতি, ভাষা, ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শৰ লগতে অন্যান্য বৈশিষ্ট্যসমূহৰ কথা স্মৰণ কৰে।Film and society are a reflection of each other: PM Modi
January 19th, 05:24 pm
PM Modi today inaugurated National Museum of Indian Cinema in Mumbai. Speaking at the event, the PM mentioned about the global impact of Indian cinema. The PM also assured the film fraternity that in order to curb piracy, the government was taking adequate steps to make amendments to the Cinematograph Act, 1952.PM Modi inaugurates National Museum of Indian Cinema
January 19th, 05:24 pm
PM Modi today inaugurated National Museum of Indian Cinema in Mumbai. Speaking at the event, the PM mentioned about the global impact of Indian cinema. The PM also assured the film fraternity that in order to curb piracy, the government was taking adequate steps to make amendments to the Cinematograph Act, 1952.