গুৱাহাটীত এইমছৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

April 14th, 12:45 pm

অসমৰ ৰাজ্যপাল শ্রী গুলাব চাঁদ কাটাৰিয়া, ৰাজ্যৰ মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মাজী, মোৰ সহকর্মী স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মণ্ডাবিয়াজী আৰু ডাঃ ভাৰতী প্রবীণ পাৱাৰজী, অসমৰ মন্ত্রী শ্রী কেশৱ মহন্তজী, চিকিৎসা জগতৰ সমস্ত বিশিষ্ট লোকসকল, এই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত যুক্ত বিভিন্ন ঠাইৰ বিশিষ্ট লোকসকল আৰু মোৰ প্রিয় অসমৰ ভাতৃ আৰু ভগ্নীসকল।

অসমৰ গুৱাহাটীত ৩,৪০০ কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

April 14th, 12:30 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ৩,৪০০ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটীৰ লগতে অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি, তেওঁ অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠান(এএএইচআইআই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ যোগ্য হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এবি-পিএমজেৱাই) কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’(আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ কৰে।

মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 19th, 11:11 am

কৰ্ণাটকৰ ৰাজ্যপাল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ শ্ৰী বজু ভাই ৱালা মহোদয়, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী ড০ চি এন অক্ষথ নাৰায়ণ মহোদয়, মহীশূৰ বিশ্ববিদ্যালয়ৰ কুলপতি অধ্যাপক হেমন্ত কুমাৰ মহোদয়, এই কাৰ্যসূচীত উপস্থিত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল৷ পোন প্ৰথমে আপোনালোক সকলোকে ‘মহীশূৰ দশেৰা’ ,‘নাড হব্বা’ৰ অশেষ শুভেচ্ছা জনাইছো৷

মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ

October 19th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠান, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷

At the root of India’s brave fight against COVID-19 is the hardwork of medical community & our Corona Warriors: PM

June 01st, 01:50 pm

Addressing the 25th anniversary programme of RHUGS via video conferencing, PM Modi said, At such a time, the world is looking up to our doctors, nurses, medical staff and scientific community with hope and gratitude. The world seeks both ‘care’ and ‘cure’ from you. The PM also strongly condemned the violence against front-line workers.

PM Modi addresses 25th anniversary programme RGUHS

June 01st, 11:27 am

Addressing the 25th anniversary programme of RHUGS via video conferencing, PM Modi said, At such a time, the world is looking up to our doctors, nurses, medical staff and scientific community with hope and gratitude. The world seeks both ‘care’ and ‘cure’ from you. The PM also strongly condemned the violence against front-line workers.