গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স সৃষ্টিৰ ক্ষেত্ৰত লিংকডইন পোষ্ট কৰিছে
October 15th, 03:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিংকডইনত গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স বিকশিত কৰাৰ সুবিধাৰ বিষয়ে বৰ্ণনা কৰি এটা পোষ্ট কৰে।গুজৰাটৰ লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স(এনএমএইচচি)ৰ উন্নয়নত কেবিনেটৰ অনুমোদন
October 09th, 03:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এনএমএইচচি) উন্নয়নত অনুমোদন জনাইছে। প্ৰকল্পটো দুটা পৰ্যায়ত সম্পূৰ্ণ হ'ব।গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণ অসমীয়া অনুবাদ
October 17th, 11:10 am
গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰে
October 17th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।We stamped out terrorism in the last eight years with resolute actions: PM Modi in Jamnagar
November 28th, 02:15 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.From once manufacturing cycles, Gujarat is now moving towards manufacturing aeroplanes: PM Modi in Rajkot
November 28th, 02:05 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.BJP does not consider border areas or border villages as the last village of the country but as the first village: PM Modi in Anjar
November 28th, 01:56 pm
PM Modi came down heavily on the Congress for colluding with those who opposed the delivery of water to Kutch. PM Modi said, “The Congress has always been encouraging those who opposed the Sardar Sarovar Dam. The people of Kutch can never forget such a party, which created hurdles for the people of Kutch.” PM Modi further talked about how the Kutch Branch Canal is changing lives, PM Modi said, “The hard work of the BJP government is paying off for Kutch. Today many agricultural products are exported from Kutch”.BJP has done the work of making Gujarat a big tourism destination of the country: PM Modi in Palitana
November 28th, 01:47 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed a public meeting in Palitana, Gujarat. PM Modi started his first rally of the day by highlighting that the regions of Bhavnagar and Saurashtra are the embodiment of ‘Ek Bharat, Shreshtha Bharat’.PM Modi addresses public meetings in Palitana, Anjar, Jamnagar & Rajkot, Gujarat
November 28th, 01:46 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed public meetings in Palitana, Anjar & Jamnagar, Gujarat. In his first rally of the day, PM Modi said that the region of Saurashtra embodies the spirit of ‘Ek Bharat, Shreshtha Bharat’. In his second address at Anjar, PM Modi talked about Kutch’s recovery from the earthquake in 2001. In his last two public meetings for the day, PM Modi talked about the economy and the manufacturing sector of Gujarat.Lothal a symbol of India's maritime power and prosperity: PM Modi
October 18th, 07:57 pm
PM Modi reviewed the work in progress at the site of National Maritime Heritage Complex at Lothal, Gujarat. Highlighting the rich and perse maritime heritage of India that has been around for thousands of years, the PM talked about the Chola Empire, Chera Dynasty and Pandya Dynasty from South India who understood the power of marine resources and took it to unprecedented heights.গুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ক্ষেত্ৰত অব্যাহত কাম-কাজৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ
October 18th, 04:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ড্ৰোনৰ সহায়ত গুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ক্ষেত্ৰত অব্যাহত কামৰ পৰ্য্যালোচনা কৰে।PM to review site work progress of National Maritime Heritage Complex at Lothal on 18th October
October 17th, 07:37 pm
Prime Minister Narendra Modi will review the site work progress of the National Maritime Heritage Complex at Lothal, Gujarat on 18th October 2022. Lothal was one of the prominent cities of the Harappan civilization and is known for the discovery of the oldest man-made dockyard. A maritime heritage complex in Lothal is fitting tribute to the city’s historical legacy and heritage.