Union Cabinet approves establishment of Rs.1,000 crore Venture Capital Fund for Space Sector under aegis of IN-SPACe
October 24th, 03:25 pm
The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, has approved setting up of Rs.1000 crore Venture Capital Fund dedicated to space sector, under aegis of IN-SPACe.তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 27th, 06:30 pm
প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 06:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।ডুবাইৰ জেবেল আলিত ভাৰ্চুৱেলী ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন
February 14th, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডুবাইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ভাৰ্চুৱেলী ডুবাইৰ জেবেল আলি মুক্ত বাণিজ্য মণ্ডলত ডি পি ৱৰ্ল্ডে নিৰ্মাণ কৰিবলগীয়া ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন কৰে।বিকশিত ভাৰত-বিকশিত গোৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 06th, 02:38 pm
গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই জী, ইয়াৰ যুৱ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু গোৱাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। সকলো গোৱাবাসীলৈ মোৰ সাদৰ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ওপৰত যেন সদায় থাকে।প্ৰধানমন্ত্ৰীয়ে গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
February 06th, 02:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে আয়োজিত প্ৰদৰ্শনীলৈ খোজকাঢ়ি যায়। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে শিক্ষা, ক্ৰীড়া, পানী শোধন, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰ্যটন খণ্ডত আন্তঃগাঁথনি বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী যুৱক যুৱতীক নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে আৰু লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰপ্ৰদান কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 04:31 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 02nd, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।ডেৰাডুনত উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 08th, 12:00 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, ইয়াৰ জনপ্ৰিয় আৰু যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, চৰকাৰৰ মন্ত্ৰীগণ, বিভিন্ন দেশৰ প্ৰতিনিধিগণ, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰীয়ে 'উত্তৰাখণ্ড বিশ্ব বিনিয়োগ সন্মিলন ২০২৩' উদ্বোধন কৰে
December 08th, 11:26 am
উদ্যোগৰ নেতৃবৃন্দইও অনুষ্ঠানটোত তেওঁলোকৰ মতামত ব্যক্ত কৰে। আদানি গ্ৰুপৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক (কৃষি, তেল আৰু গেছ) শ্ৰী প্ৰণৱ আদানীয়ে কয় যে সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ প্ৰতি ৰাজ্যৰ দৃষ্টিভংগীৰ বাবে উত্তৰাখণ্ড ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্য স্থান হৈ পৰিছে। যাৰ একক পইণ্ট অনুমোদন, প্ৰতিযোগিতামূলক ভূমিৰ মূল্য, সুলভ শক্তি, উচ্চ দক্ষ জনশক্তি আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ ওচৰত এক অতি স্থিৰ আইন আৰু পৰিৱেশ শৃংখলা আছে। শ্ৰী আদানীয়ে ৰাজ্যখনত সম্প্ৰসাৰণ আৰু অধিক বিনিয়োগ তথা নিয়োগ অনাৰ পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নিৰন্তৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ তেওঁৰ ওপৰত অভূতপূৰ্ব আস্থা আৰু বিশ্বাস আছে।গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণ অসমীয়া অনুবাদ
October 17th, 11:10 am
গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰে
October 17th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 14th, 10:34 pm
‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai
October 14th, 06:35 pm
PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.ৰাজস্থানৰ চিত্তোৰগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
October 02nd, 11:58 am
আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীৰ
October 02nd, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ৯খন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ ‘ফ্লেগ অফ’ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 24th, 03:53 pm
অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যত উপস্থিত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল, ৰাজ্যসমূহৰ মন্ত্ৰীমণ্ডলী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।নখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
September 24th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। এই নতুন বন্দে ভাৰত ৰে’লসমূহ হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত এক পদক্ষেপ। ফ্লেগ অফ কৰা নতুন ৰে’লবোৰ হৈছে:সংসদৰ চেণ্ট্ৰেল হলত সাংসদসকলৰ উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 19th, 11:50 am
গণেশ চতুৰ্থীৰ দিনা আপোনালোকৰ লগতে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সকলোৱে মিলি নতুন সংসদ ভৱনত নতুন ভৱিষ্যতৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো। আজি আমি এখন উন্নত ভাৰতৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰি তাক পূৰণৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰাৰ উদ্দেশ্যে নতুন ভৱনৰ দিশে আগবাঢ়িছো। সন্মানীয় প্ৰেক্ষাগৃহটো, এই ভৱনটো আৰু সেইটোও এই কেন্দ্ৰীয় হলটো এক প্ৰকাৰে আমাৰ আৱেগেৰে ভৰি আছে। ই আমাক আৱেগিক কৰি তোলে আৰু লগতে আমাৰ কৰ্তব্যৰ বাবেও অনুপ্ৰাণিত কৰে। স্বাধীনতাৰ পূৰ্বে এই খণ্ডটো এক প্ৰকাৰৰ পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু পিছলৈ ইয়াতেই আৰম্ভ হ’ল সংবিধান সভাৰ বৈঠক আৰু সংবিধান সভাৰ সেই বৈঠকসমূহৰ জৰিয়তে গভীৰ আলোচনা আৰু বিবেচনাৰ অন্তত আমাৰ সংবিধানখন ইয়াত গঢ় লৈ উঠিছিল৷ ইয়াতেই ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিছিল, আমাৰ চেণ্ট্ৰেল হলটোও সেই প্ৰক্ৰিয়াৰ সাক্ষী। এই চেণ্ট্ৰেল হলতে ভাৰতৰ ত্ৰিৰংগা গ্ৰহণ কৰা হ’ল, আমাৰ জাতীয় সংগীত গ্ৰহণ কৰা হ’ল। আৰু ঐতিহাসিক উপলক্ষে স্বাধীনতাৰ পাছতো সকলো চৰকাৰৰ মাজত বহু ঘটনা ঘটিছিল যেতিয়া দুয়োখন সদনে একেলগে আলোচনা কৰিছিল, একমতত উপনীত হৈছিল আৰু ভাৰতৰ ভাগ্য গঢ় দিয়াৰ সিদ্ধান্ত লৈছিল।সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় হলত প্ৰধানমন্ত্ৰীৰ সাংসদসকলক সম্বোধন
September 19th, 11:30 am
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিত সদনত উপস্থিত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটো বিশেষ কিয়নো সদনৰ কামকাজ এতিয়াৰ পৰা নতুন ভৱনত চলিব। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি নতুন সংসদ ভৱনলৈ গৈ আছোঁ এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে।”