প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷PM to dedicate to the Nation 35 crop varieties with special traits on 28th September
September 27th, 09:41 pm
In an endeavour to create mass awareness for adoption of climate resilient technologies, Prime Minister Shri Narendra Modi will dedicate 35 crop varieties with special traits to the Nation on 28th September at 11 AM via video conferencing, in a pan India programme organised at all ICAR Institutes, State and Central Agricultural Universities and Krishi Vigyan Kendra (KVKs). During the programme, the Prime Minister will also dedicate to the nation the newly constructed campus of National Institute of Biotic Stress Management Raipur