প্ৰধানমন্ত্ৰীয়ে ১৩ নৱেম্বৰত জামনগৰ আৰু জয়পুৰত দুটা অত্যাধুনিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান উদ্বোধন কৰি
November 11th, 03:43 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে পঞ্চম আয়ুৰ্বেদ দিৱসত জামনগৰত ইনষ্টিটিউট অব্ টিচিং এণ্ড ৰিচাৰ্ছ (আইটিআৰএ) তথা জয়পুৰত নেচনেল ইনষ্টিটিউট অব্ আয়ুর্বেদ (এনআইএ)-ৰ ১৩ নৱেম্বৰ তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰিব। এই দুটি প্রতিষ্ঠান একবিংশ শতাব্দীত আয়ুৰ্বেদৰ উন্নয়নতIndia will emerge stronger only when we empower our daughters: PM Modi
February 12th, 01:21 pm
Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰিঃ প্ৰধানমন্ত্ৰী
February 12th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷