মহাৰাষ্ট্ৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 29th, 12:45 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ জী, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত একনাথ শিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীস জী, অজীত পাৱাৰ জী, পুণেৰ সাংসদ আৰু মন্ত্ৰী পৰিষদৰ মোৰ যুৱ সতীৰ্থ ভাই মুৰলিধৰ, কেন্দ্ৰৰ আন মন্ত্ৰীসকল যি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত সংযুক্ত হৈ আছে, মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ মন্ত্ৰীগণো মোৰ সন্মুখত মই দেখা পাই আছোঁ, সাংসদগণ, বিধায়কগণ, আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত সকলো ভাতৃ আৰু ভগ্নীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

September 29th, 12:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে।

মহাৰাষ্ট্ৰত ২৯ ছেপ্টেম্বৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

September 28th, 07:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১২:৩০ বজাত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ১২টা ঔদ্যোগিক ন’ড/চহৰত কেবিনেটৰ অনুমোদন

August 28th, 05:46 pm

ভাৰতে অতি সোনকালে ঔদ্যোগিক স্মাৰ্ট চিটীৰ এক বৃহৎ শৃংখল স্থাপনৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচী(এনআইচিডিপি)ৰ অধীনত ২৮,৬০২ কোটি টকাৰ আনুমানিক বিনিয়োগেৰে ১২টা নতুন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পদক্ষেপে দেশৰ ঔদ্যোগিক পৰিৱেশৰ ৰূপান্তৰ ঘটোৱাৰ লগতে, ঔদ্যোগিক ন’ড আৰু চহৰৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব যিয়ে অৰ্থনৈতিক বিকাশ আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।