'সেউজ বিকাশ' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 23rd, 10:22 am
২০১৪ ৰপৰা ভাৰতৰ প্ৰতিখন বাজেটতে এটা নিৰ্দিষ্ট ধৰণ আছে। তেতিয়াৰেপৰা আমাৰ চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ লগতে নতুন যুগৰ সংস্কাৰ সাধনক উদ্দীপনা যোগাই আহিছে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৌশলৰ তিনিটা মূল স্তম্ভ আছে। প্ৰথমতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি; দ্বিতীয়তে, আমাৰ অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস আৰু তৃতীয়তে, দেশৰ ভিতৰত গেছ ভিত্তিক অৰ্থনীতিৰ দিশত ক্ষীপ্ৰতাৰে আগবঢ়া। এই কৌশলৰ অংশ হিচাপে পৰৱৰ্তী বাজেটসমূহত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে, সেয়া ইথানল মিশ্ৰণেই হওঁক, পিএম-কুসুম আঁচনিয়েই হওঁক, সৌৰ উৎপাদনৰ বাবে ইনচেনটিভেই হওঁক, ছাদৰ ওপৰত সৌৰ আঁচনিয়েই হওঁক, কয়লা গেছীকৰণেই হওঁক বা বেটাৰী সংৰক্ষণেই হওঁক। এইবাৰৰ বাজেটতো উদ্যোগটোৰ বাবে সেউজ ক্ৰেডিট আছে আৰু কৃষকসকলৰ বাবে পিএম প্ৰণাম আঁচনিও আছে। গাঁওসমূহৰ বাবে গোবৰ ধন যোজনা আৰু চহৰ অঞ্চলৰ বাবে বাহন স্ক্ৰেপিং নীতি আছে। সেউজ হাইড্ৰজেনত গুৰুত্ব প্ৰদানৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ বিকাশ সন্দৰ্ভত এইবাৰৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰাজি দৰাচলতে আমাৰ নৱ-প্ৰজন্মৰ এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা।বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত ‘সেউজ বিকাশ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 23rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত 'সেউজ বিকাশ' সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ‘কেন্দ্ৰীয় বাজেট ২০২৩’-ত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ‘বাজেটৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিতব্য’ ১২খনীয়া ৱে’বিনাৰ-শৃংখলাৰ এয়া হৈছে প্ৰথমখন বৈঠক।Solutions to all problems is in development: PM at inauguration of Hydropower Station in Srinagar
May 19th, 03:01 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.PM dedicates Kishanganga Hydropower Station to the Nation, lays foundation stone for Srinagar Ring Road
May 19th, 03:00 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.Our aim is to empower and transform lives of people across the country: PM Modi
October 18th, 12:59 pm
PM Modi addressed a public meeting in Himachal Pradesh. While speaking at the event, Shri Modi stated that the valour of our armed forces could not be forgotten and the entire country has been discussing that. The PM noted OROP that was pending for over forty years have been implemented by the NDA Government and benefitted several ex-servicemen. He remarked that today at Centre there was a Government dedicated to development of the country. PM Modi said that when NDA Government came to power, it initiated several stalled projects worth crores of rupees.PM Modi addresses Parivartan Rally in Mandi, Himachal Pradesh
October 18th, 12:58 pm
PM Narendra Modi addressed a public meeting in Himachal Pradesh. He launched 3 hydro projects. The Prime Minister highlighted several initiatives of the Central Government aimed at empowering and transforming lives of people across the country. The Prime Minister noted OROP that was pending for over 40 years have been implemented by the NDA Government and benefited several ex-servicemen.