ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ পাঠ

January 28th, 01:00 pm

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়জী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশবৃন্দ, বিদেশৰ আমাৰ অতিথি ন্যায়াধীশসকল, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নী জেনেৰেল’ ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’ৰ সভাপতি ড০ অদিশ আগৰৱালাজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

January 28th, 12:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।

Biggest infringement of human rights takes place when they are seen from political prism: PM

October 12th, 11:09 am

Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.

PM attends 28th National Human Rights Commission (NHRC) Foundation day programme

October 12th, 11:08 am

Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.

যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

October 11th, 06:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

PM to attend 28th NHRC Foundation Day programme on 12th October

October 11th, 12:38 pm

Prime Minister Narendra Modi will attend 28th National Human Rights Commission (NHRC) Foundation Day programme on 12th October, 2021 at 11 AM via video conferencing.