প্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

September 18th, 03:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 24th, 10:20 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

উত্তৰ প্ৰদেশৰ বাৰনসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 24th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।

PM chairs high-level meeting to review Status of Covid-19, Omicron & preparedness of Health Systems across the country

December 23rd, 10:07 pm

PM Shri Narendra Modi chaired a high-level meeting today to review the status of Covid-19 and Omicron, the new Variant of Concern (VOC), public health response measures for containment and management of COVID19, strengthening of health infrastructure including availability of drugs, oxygen cylinders and concentrators, ventilators, PSA plants, ICU/oxygen supported beds, human resources, IT interventions and status of vaccination.

প্ৰধানমন্ত্ৰীয়ে ২৫ অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰম্ভ কৰিব

October 24th, 02:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ২৫ অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে নিশা প্ৰায় ১০.৩০ বজাত সিদ্ধাৰ্থনগৰত উত্তৰ প্ৰদেশৰ নখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় ১.১৫ বজাত বাৰাণসীত আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ শুভাৰম্ভ কৰিব। তেওঁ বাৰাণসীৰ বাবে ৫২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰিব।

ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 01st, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!

‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

July 01st, 11:00 am

আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ক'ভিড-১৯ৰ সৈতে যুঁজিবলৈ চিকিৎসা কৰ্মীৰ পৰ্যাপ্ততা বৃদ্ধি কৰিবলৈ মুখ্য সিদ্ধান্তৰ অনুমোদন কৰে

May 03rd, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ক'ভিড ১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত মানৱ সম্পদৰ বৰ্দ্ধিত আৱশ্যকতাৰ সমীক্ষা কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ ফলত ক'ভিড ডিউটীত চিকিৎসা কৰ্মীৰ পৰ্যাপ্ততা যথেষ্ট বৃদ্ধি পাব।

মধ্য প্ৰদেশৰ পদপথৰ দোকানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া লিখিত ৰূ

September 09th, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ মহোদয়, ৰাজ্য মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য, প্ৰশাসনৰ সৈতে জড়িত লোক, প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো লাভাৰ্থী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হোৱা মধ্য প্ৰদেশ তথা মধ্য প্ৰদেশৰ বাহিৰৰ সকলো মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

মধ্য প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীৰে প্ৰধানমন্ত্ৰীৰ ‘স্বনিধি সংবাদ’ সম্পন্

September 09th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য় প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীসকলৰ সৈতে ‘স্বনিধি সংবাদ’ত ভাগ লয়। ক’ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হোৱা পদ পথৰ দুখীয়া ব্যৱসায়ীসকলৰ জীৱিকাৰ কাম-কাজৰ পুনৰ আৰম্ভণিত সহায় কৰিবলৈ ভাৰত চৰকাৰখনে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰিছিল। মধ্য প্ৰদেশৰ ৪.৫ লাখ পদ পথৰ ব্যৱসায়ীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ১.৪ লাখ পদ পথৰ ব্যৱসায়ীলৈ ১৪০ কোটি টকা অনুমোদন জনোৱা হৈছে।

নতুন দিল্লীত অনুষ্ঠিত পিএমএনচিএইচ পাৰ্টনাৰ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

December 12th, 08:46 am

কেৱল সহযোগিতাৰ দ্বাৰাহে আমি লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ৷ নাগৰিকৰ মাজত সহযোগিতা, সম্প্ৰদায়ৰ মাজত সহযোগিতা, দেশৰ মাজত সহযোগিতা৷ বহনক্ষম বিকাশ এজেণ্ডা ইয়াৰেই প্ৰতিফলন৷

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব পাৰ্টনাৰ্ছ ফ’ৰাম ২০১৮

December 11th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত চতুৰ্থতম পাৰ্টনাৰ্ছ ফ’ৰাম মুকলি কৰিব৷ মাতৃত্ব, নৱজাত আৰু শিশু স্বাস্থ্যৰ বাবে সহযোগিতা (পিএমএনচিএইচ)ৰ সৈতে ভাৰত চৰকাৰে ১২ আৰু ১৩ ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ আন্তৰ্জাতিক সন্মিলনৰ আয়োজন কৰিছে য’ত ৮৫খন দেশৰ পৰা ১৫০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰি মহিলাৰ স্বাস্থ্য আৰু কল্যাণ, শিশু আৰু কিশোৰ–কিশোৰীসকলৰ বিকাশৰ বাবে আলোচনাত মিলিত হ’ব৷ নিমন্ত্ৰিত দেশসমূহ সকলো অঞ্চল আৰু উপাৰ্জন পৰ্যায় তথা শেহতীয়াকৈ প্ৰধান বিশ্বজনীন আৰু আঞ্চলিক পৰ্যায়ত কাম কৰি থকা দেশসমূহৰ পৰা নিৰ্বাচন কৰা হৈছে৷ (যেনেঃ জি৭, জি২০, ব্ৰিকছ ইত্যাদি)৷

চেন্নাইৰ আদিয়াৰস্থিত কৰ্কট প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

April 12th, 12:18 pm

অহা ১৪ এপ্ৰিলত তামিলনাডুৰ নৱবৰ্ষ উপলক্ষে মই সকলো তামিল জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো৷ আদিয়াৰৰ এই কৰ্কট প্ৰতিষ্ঠানলৈ অহাৰ সুযোগ লাভ কৰি মই নথৈ আনন্দিত৷ এয়া হ’ল দেশৰ অন্যতম পুৰণি আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্কট সেৱা কেন্দ্ৰ৷

আয়ুষ্মান ভাৰতৰ শুভাৰম্ভণিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

March 06th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া বাজেটত ঘোষণা কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ‘আয়ুষ্মান ভাৰত’ৰ শুভাৰম্ভণিৰ পূৰ্বে সোমবাৰে ইয়াৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

Elections in Meghalaya are about freeing the state from scams of Congress: PM Modi

February 22nd, 04:34 pm

Prime Minister Narendra Modi today addressed a huge public meeting in Phulbari, Meghalaya. PM Modi thanked people of the state for coming out in large numbers, he said that the enthusiasm and support that people of Meghalaya towards the BJP is overwhelming.

মেঘালয়ৰ ফুলবাৰীত ৰাজহুৱা সভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

February 22nd, 04:33 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ ফুলবাৰীত এখন বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰে৷ ইমান বৃহৎ পৰিমাণৰ লোক সভালৈ ওলাই অহাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিৰ প্ৰতি মেঘালয়ৰ জনসাধাৰণৰ মৰম-চেনেহ আৰু সমৰ্থনে তেওঁক অভিভূত কৰিছে৷

PM Narendra Modi campaigns in Tripura

February 15th, 02:59 pm

Prime Minister Narendra Modi has addressed campaign rallies in Santir Bazaar and state capital Agartala on Thursday. At the event, PM Modi said that the time has come to give account of what they i.e Left Government have been enjoying for the last 20-25 years. To open the door to Tripura's growth, I urge people of the state to remove them from power, he said.

Cabinet approves National Health Policy 2017

March 16th, 07:19 pm

Cabinet chaired by PM Narendra Modi approved the National Health Policy, 2017. The Policy seeks to reach everyone in a comprehensive integrated way to move towards wellness. It aims at achieving universal health coverage and delivering quality health care services to all at affordable cost.

Social Media Corner 16 March 2017

March 16th, 07:04 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM’s Message on the Occasion of Anti Leprosy Day

January 29th, 07:19 pm

PM Narendra Modi, has called for a collective effort to completely eliminate the ‘treatable disease’ of leprosy from India. In a message on the occasion of anti-leprosy day, the Prime Minister said that we have to work together for socio-economic uplift of the cured persons and for their contribution in nation-building.