প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে

August 07th, 10:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় কলা-কুশলীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেওঁ 'ভোকেল ফৰ লোকেল' উদ্যমৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

July 28th, 11:30 am

বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।

‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

August 07th, 04:16 pm

কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।

নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ প্ৰধানমন্ত্ৰীৰ

August 07th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।

Modernization of stations will create a new atmosphere for development in the country: PM Modi

August 06th, 11:30 am

In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.

সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

August 06th, 11:05 am

২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷

প্ৰধানমন্ত্ৰীয়ে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সমাৰোহত ভাগ ল'ব

August 05th, 10:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্টত দুপৰীয়া ১২ বজাত ভাৰত মণ্ডপম, প্ৰগতি মৈদান, দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সমাৰোহত ভাগ ল'ব।

কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে পদক অৰ্জন কৰা বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 02:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে ভাৰতৰ কলাত্মক পৰম্পৰা উদযাপনৰ বাবে কাম কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপৰ জগতখনৰ সৈতে জড়িত সকলো যুৱক-যুৱতীক হেণ্ডলুম ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

August 07th, 01:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে আৰু তেখেতে স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান জনায়।

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ মধ্য প্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠৰ অসমীয়া অনুবাদ

August 07th, 10:55 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!

মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

August 07th, 10:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।

২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 25th, 09:44 am

দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –

PM’s message on National Handloom Day

August 07th, 12:18 pm

On National Handloom Day, we salute all those associated with our vibrant handloom and handicrafts sector.

During Kargil War, Indian Army showed its might to the world: PM Modi during Mann Ki Baat

July 26th, 11:30 am

During Mann Ki Baat, PM Modi paid rich tributes to the martyrs of the Kargil War, spoke at length about India’s fight against the Coronavirus and shared several inspiring stories of self-reliant India. The Prime Minister also shared his conversation with youngsters who have performed well during the board exams this year.

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৪৫তম খণ্ডত কৰা সম্বোধনৰ অসমীয়া অনুবাদ, ২৪.০৬.২০১৮

June 24th, 11:30 am

নমস্কাৰ৷ মোৰ মৰমৰ দেশবাসীসকল! আজি পুনৰ ‘মন কী বাত’ৰ এই কাৰ্যসূচীত আপোনালোক সকলোৰে সৈতে সাক্ষাৎ হোৱাৰ সৌভাগ্য প্ৰাপ্তি হৈছে৷ আজি কিছু দিন পূৰ্বে বেংগালুৰুত এখন ঐতিহাসিক ক্ৰিকেট মেচ হৈছিল৷ আপোনালোকে ভালদৰেই গম পাইছে যে মই ভাৰত আৰু আফগানিস্তানৰ টেষ্ট মেচৰ কথা কৈছোঁ৷

Congress does not care about ‘dil’, they only care about ‘deals’: PM Modi

May 06th, 11:55 am

Addressing a massive rally at Bangarapet, PM Modi said these elections were not about who would win or lose, but, fulfilling aspirations of people. He accused the Karnataka Congress leaders for patronising courtiers who only bowed to Congress leaders in Delhi not the aspirations of the people.

Bid farewell to the Congress as it cannot think about welfare of people of Karnataka: PM Modi

May 06th, 11:46 am

Prime Minister Narendra Modi addressed massive public meetings at Chitradurga, Raichur, Bagalkot, Hubli . He launched attack on the Congress for their pisive politics and sidelining welfare of farmers in Karnataka. He accused the Congress of spreading lies. He urged people of Karnataka to bid farewell to the Congress for not thinking about their welfare.

Social Media Corner 7 August 2017

August 07th, 07:03 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Social Media Corner – 7th August 2016

August 07th, 08:01 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM’s message on National Handloom Day

August 07th, 10:43 am

ON National Handloom Day, PM Narendra Modi urged the countrymen to give impetus to the sector by using more handloom products in our daily lives. PM Modi said that growth of handloom sector would also lead to women empowerment in the country.