Motivation may wane sometimes, but it is the discipline that keeps you on the right path: PM Modi

January 24th, 03:26 pm

The Prime Minister Narendra Modi addressed the NCC Cadets and NSS Volunteers. Addressing the gathering, the Prime Minister expressed pride in the cultural program depicting the life of Rani Lakshmi Bai and said that it has brought India’s history alive today. He praised the efforts of the team involved in the program and stated that they will now be a part of the Republic Day Parade. “This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India, the Prime Minister said.

এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

January 24th, 03:25 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন চি চি কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী লক্ষ্মী বাঈৰ জীৱনক প্ৰস্তুত কৰি উলিওৱা সাংস্কৃতিক কাৰ্যসূচীক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে ই আজি ভাৰতৰ ইতিহাসক সজীৱ কৰি তুলিছে। তেওঁ এই কাৰ্যসূচীৰ সৈতে জড়িত দলটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোক এতিয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো দুটা কাৰণত বিশেষ যেনে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু ভাৰতৰ নাৰী শক্তিৰ প্ৰতি ইয়াৰ সমৰ্পণ।” সমগ্ৰ ভাৰতৰ মহিলা অংশগ্ৰহণকাৰীসকলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ইয়াত অকলশৰীয়া নহয়, বৰঞ্চ নিজ নিজ ৰাজ্যৰ সাৰমৰ্ম, নিজৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ সমাজৰ আগন্তুক চিন্তাধাৰা লৈ আহিছে। আজি আন এক বিশেষ অনুষ্ঠান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ কথা উল্লেখ কৰে যিটো তেওঁলোকৰ সাহস, দৃঢ়তা আৰু কৃতিত্বৰ উদযাপন। “ভাৰতৰ কন্যাসকলৰ সমাজখনক ভালৰ বাবে সংস্কাৰ কৰাৰ সামৰ্থ্য আছে”, বিভিন্ন ঐতিহাসিক যুগত সমাজৰ ভেটি স্থাপনৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যিটো বিশ্বাস আজিৰ সাংস্কৃতিক প্ৰদৰ্শনত প্ৰত্যক্ষ কৰা হৈছিল।

Prime Minister salutes the indomitable spirit and accomplishments of the Girl Child on National Girl Child Day

January 24th, 09:19 am

The Prime Minister, Shri Narendra Modi has saluted the indomitable spirit and accomplishments of the Girl Child on National Girl Child Day. Shri Modi has also recognised the rich potential of every girl child in all sectors. Shri Modi said that over the last decade, our government has been making many efforts to build a nation where every girl child has the opportunity to learn, grow and thrive.

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ

January 24th, 03:11 pm

Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে

January 24th, 11:53 am

Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.

PM salutes daughters of the nation on National Girl Child Day

January 24th, 01:26 pm

The Prime Minister, Shri Narendra Modi has saluted the daughters of the nation on National Girl Child Day.

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2018

January 24th, 07:35 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উপলক্ষে কন্যাশিশুৰ শক্তি, দক্ষতা আৰু সাহসক প্ৰধানমন্ত্ৰীৰ অভিবাদন

January 24th, 01:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উপলক্ষে কন্যাশিশুৰ শক্তি, দক্ষতা আৰু সাহসক অভিবাদন জ্ঞাপন কৰিছে।

Social Media Corner 24 Jan 2017

January 24th, 07:09 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM’s message on National Girl Child Day

January 24th, 09:55 am

PM Narendra Modi today said, National Girl Child Day is a day to celebrate the exceptional achievements of the girl child, whose excellence in many fields makes us proud. It is imperative to reject discrimination against the girl child and ensure equal opportunities for the girl child.

PM salutes the strengths, skills and achievements of the girl child, on National Girl Child Day

January 24th, 01:27 pm



PM salutes the unparalleled accomplishments of the girl child,on National Girl Child Day

January 24th, 11:55 am

PM salutes the unparalleled accomplishments of the girl child,on National Girl Child Day