ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
July 10th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰে কথা পাতি ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়।তুৰস্ক আৰু ছিৰিয়াত ‘অপাৰেশ্যন দোষ্ট’ত নিয়োজিত এনডিআৰএফ জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ সময়ত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
February 20th, 06:20 pm
আপোনালোকে মানৱতাৰ বাবে মহান কাম কৰি উভতি আহিছে। অপাৰেশ্যন দোষ্টৰ সৈতে জড়িত সমগ্ৰ দলটোৱে, সেয়া এনডিআৰএফেই হওক, স্থল সেনাই হওক, বায়ু সেনাই হওক বা আমাৰ অন্যান্য সেৱাৰ অংশীদাৰ হওক, এক সুন্দৰ কাম কৰিছে আৰু আনকি আমাৰ নিবাক বন্ধু ডগ স্কোৱাডৰ সদস্যসকলেও অদ্ভূট ক্ষমতা প্ৰদৰ্শন কৰিলে৷ আপোনালোকক লৈ দেশে অতি গৌৰৱ অনুভৱ কৰিছে।প্ৰধানমন্ত্ৰীয়ে তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত এনডিআৰএফ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে
February 20th, 06:00 pm
প্ৰধানমন্ত্ৰীয়ে আজি ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে।দেওঘৰৰ উদ্ধাৰ অভিযানৰে জড়িতসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ
April 13th, 08:01 pm
আমাৰ সৈতে জড়িত হোৱা গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, সাংসদ শ্ৰী নিশিকান্ত ডুবে জী, গৃহ সচিব, স্থলসেনা প্ৰধান, বায়ুসেনা প্ৰধান, ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, এনডিআৰএফৰ সঞ্চালক প্ৰধান, আইটিবিপিৰ সঞ্চালক প্ৰধান, স্থানীয় প্ৰশাসনৰ বন্ধুসকল, আমাৰ সৈতে জড়িত হোৱা সকলো সাহসী জোৱানসকল, কামাণ্ডো, আৰক্ষী আৰু অন্যান্য বন্ধুসকল,প্ৰধানমন্ত্ৰী মোদীয়ে দেওঘৰ উদ্ধাৰ অভিযানত জড়িত সকলৰ সৈতে বাৰ্তালাপ কৰে
April 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইএএফ, ভাৰতীয় সেনা, এনডিআৰএফ, আইটিবিপি, স্থানীয় প্ৰশাসন আৰু নাগৰিক সমাজৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে যিসকলে দেওঘৰত কেবল কাৰ দুৰ্ঘটনাত উদ্ধাৰ অভিযানৰ সৈতে জড়িত আছিল। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, সংসদ শ্ৰী নিশিকান্ত দুবে, এমএইচএৰ সচিব, সেনা প্ৰধান, বিমান কৰ্মচাৰীপ্ৰধান, এনডিআৰএফৰ ডিজি এনডিআৰএফৰ ডিজি আইটিবিপি উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা দিৱসত এনডিআৰএফ দলক অভিনন্দন জ্ঞাপন কৰে
January 19th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰ দলক অভিনন্দন জ্ঞাপন কৰে।হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।IPS Probationers interact with PM Modi
July 31st, 11:02 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.Move forward for ‘Su-rajya’: PM Modi to IPS Probationers
July 31st, 11:01 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.PM interacts with IPS probationers at Sardar Vallabhbhai Patel National Police Academy
July 31st, 11:00 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়
May 15th, 06:54 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ বিদায়ী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 12th, 10:36 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 10:35 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।আইপিএছ প্ৰৱেশ্যনাৰসকলৰ ‘দীক্ষান্ত পেৰেড’ত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
September 04th, 11:07 am
দীক্ষান্ত পেৰেড সমাৰোহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী অমিত শ্বাহ জী, ড০ জিতেন্দ্ৰ সিং জী, জি কিষাণ ৰেড্ডি জী, চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ বিষয়াসকলৰ লগতে যুৱ উৎসাহেৰে ভাৰতীয় আৰক্ষী সেৱাৰ নেতৃত্ব দিয়াৰ বাবে সাজু হোৱা ৭১ আৰআৰৰ মোৰ যুৱ সতীৰ্থসকল৷আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 04th, 11:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভ ভাই পেটেল নেশ্যনেল পুলিচ একাডেমীত অনুষ্ঠিত দীক্ষান্ত পেৰেড সমাৰোহত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰি আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।পৰৱৰ্তী সময়ত আপুনি কুকুৰ পোহাৰ কথা ভাবিলে, ঘৰলৈ ভাৰতীয় জাত অনাটো বিবেচনা কৰিব, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়
August 30th, 04:34 pm
শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ কুকুৰ ছফি আৰু বিদা সন্দৰ্ভত কয় যাক ছীফ অৱ আৰ্মি ষ্টাফ ‘কামাণ্ডেশ্যন কাৰ্ড’ ৰে পুৰস্কৃত কৰা হৈছে। তেওঁ কয় যে সশস্ত্ৰ আৰু নিৰাপত্তা বাহিনীৰ এনে বহু সাহসী কুকুৰ আছে যিয়ে অসংখ্য বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ আগ্নেয়াস্ত্ৰ আৰু আইইডি উদ্ধাৰত সহায়ক হোৱা আন বহু উদাহৰণ প্ৰদান কৰে আৰু তদুপৰি বীড পুলিছৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াভাৱে তেওঁলোকৰ কাইনিন কলিগ ৰকিক অৰ্পণ কৰিছে, ই ৩০০ ৰোধিক কেছ সমাধান কৰাত আৰক্ষীক সহায় কৰে, সেয়ে সকলো যথাযোগ্য সন্মানেৰে অন্তিম বিদায় জনোৱা হয়।মহাৰাষ্ট্ৰৰ ৰায়গড়ত অট্টালিকা ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
August 25th, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহদত অট্টালিকা ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷During Kargil War, Indian Army showed its might to the world: PM Modi during Mann Ki Baat
July 26th, 11:30 am
During Mann Ki Baat, PM Modi paid rich tributes to the martyrs of the Kargil War, spoke at length about India’s fight against the Coronavirus and shared several inspiring stories of self-reliant India. The Prime Minister also shared his conversation with youngsters who have performed well during the board exams this year.