প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মগোটৰ তৃতীয় বৈঠকত ভাষণ দিয়ে
July 24th, 07:48 pm
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত গান্ধীনগৰত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হোৱাৰ কথা স্মৰণ কৰি তাৰ পিছৰ পৰা সংঘটিত হোৱা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অভূতপূৰ্ব দুৰ্যোগৰ কথা আঙুলিয়াই দিয়ে। তেওঁ সমগ্ৰ উত্তৰ গোলাৰ্ধক আগুৰি ধৰা বিশাল গৰমৰ ঢৌ, কানাডাত বনাঞ্চলৰ জুই আৰু তাৰ পিছত উত্তৰ আমেৰিকাৰ বিভিন্ন অঞ্চলৰ চহৰসমূহক প্ৰভাৱিত কৰা কুঁৱলী, ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ডাঙৰ ঘূৰ্ণীবতাহৰ কাৰ্যকলাপৰ উদাহৰণ দিয়ে। প্ৰধান সচিবগৰাকীয়ে দিল্লীয়ে ৪৫ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে।এনডিএমএৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 18th, 01:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এনডিএমএ)ৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰে।Sabka Sath, Sabka Vikas can be the guiding light for action and cooperation in South Asia: PM
May 05th, 06:38 pm
PM Narendra Modi congratulated the South Asian leaders on successful launch of South Asia Satellite. The PM said, Sabka Sath, Sabka Vikas can be the guiding light for action and cooperation in South Asia.Space technology will touch lives of our people in the region: PM at launch of South Asia Satellite
May 05th, 04:02 pm
Terming the launch of South Asia Satellite as historic and congratulating ISRO, PM Narendra Modi said that space technology would touch the lives of our people in the region. He added that the satellite would help achieve effective communication, better governance, better banking services and better education in remote areas. Thanking the South Asian leaders, the PM said, “Our coming together is a sign of our unshakeable resolve to place the needs of our peoples in the forefront.”Social Media Corner – 3rd Jul’16
July 03rd, 07:43 pm
PM releases National Disaster Management Plan
June 01st, 01:55 pm