PM reviews preparedness for heat wave related situation
April 11th, 09:19 pm
Prime Minister Shri Narendra Modi chaired a meeting to review preparedness for the ensuing heat wave season.India is on the moon! We have our national pride placed on the moon: PM Modi
August 26th, 08:15 am
PM Modi visited the ISRO Telemetry Tracking and Command Network (ISTRAC) in Bengaluru after his arrival from Greece and addressed Team ISRO on the success of Chandrayaan-3. PM Modi said that this is not a simple success. He said this achievement heralds India’s scientific power in infinite space. An elated PM Modi exclaimed, “India is on the Moon, We have our national pride placed on the Moon.চন্দ্ৰযান-৩ৰ সফলতাক লৈ টিম ইছৰোক সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 26th, 07:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুস্থিত ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক) পৰিদৰ্শন কৰি চন্দ্ৰযান-৩ৰ সফলতাৰ সন্দৰ্ভত টিম ইছৰোক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে য’ত তেওঁক চন্দ্ৰযান-৩ অভিযানৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয়।Prime Minister condoles loss of lives due to tragic mishap in Shahapur, Maharashtra
August 01st, 08:26 am
The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to tragic mishap in Shahapur, Maharashtra.এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 10th, 09:43 pm
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 10th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷PM reviews situation due to landslide in Manipur
June 30th, 03:53 pm
Prime Minister Narendra Modi today spoke to Chief Minister of Manipur N. Biren Singh and reviewed the situation due to a tragic landslide in the state. PM Modi assured all possible support from the Centre and prayed for the safety of all those affected.‘গ্ৰীষ্ম প্ৰবাহ’ সম্পৰ্কীয় পৰিস্থিতিৰ প্ৰবন্ধন তথা বাৰিষাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 05th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰীষ্ম প্ৰবাহৰ দৰে পৰিস্থিতিৰ প্ৰবন্ধন আৰু বাৰিষাৰ বাবে গ্ৰহণ কৰিবলগীয়ৈ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ কৰে।গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।ঘূৰ্ণীবতাহ জাৱাদৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ পৰ্য্যালোচনাৰ অৰ্থে উচ্চ পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ
December 02nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ জাৱাদৰ সৃষ্টিৰ ফলত উদ্ভৱ হ’বপৰা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয় ও সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতি পৰ্য্যালোচনাৰ অৰ্থে এক উচ্চ পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য কৰে।অসমৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
August 31st, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।প্ৰধানমন্ত্ৰীয়ে যশ ঘূৰ্ণীবতাহৰ ক্ষতিসমূহৰ খতিয়ান লয়
May 27th, 04:02 pm
২৮ মে’ ২০২১ তাৰিখে শুকুৰবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰি যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান লয়৷ ভ্ৰমণৰ সময়ত তেওঁ ওড়িশাৰ ভদ্ৰক আৰু বালেশ্বৰ আৰু পশ্চিমবংগৰ পূৰ্ব মেদিনিপুৰ জিলাৰ এৰিয়েল সৰ্বেক্ষণ কৰে৷২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰদ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ বিদায়ী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 12th, 10:36 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 10:35 am
‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।Nation stands with West Bengal & Odisha, says PM
May 21st, 03:33 pm
Seeing the visuals on devastation caused by Cyclone Amphan, PM Modi wished that situation normalises in West Bengal & Odisha at the earliest. NDRF teams are working in the cyclone affected parts, said the PM.PM reviews Vishakhapatnam Gas Leak Incident
May 07th, 06:35 pm
PM Modi chaired a high-level meeting to take stock of the steps being taken in response to the Vishakhapatnam gas leak incident. He discussed at length the measures being taken for the safety of the affected people as well as for securing the site affected by the disaster.ক’ৰোনা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া আৰু প্ৰস্তুতুৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ
March 04th, 05:49 pm
ক’ৰোনা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে. মিশ্ৰই আজি আন্তঃমন্ত্ৰালয়ভিত্তিক এক বৈঠকত সভাপতিত্ব কৰে৷ ২৫ জানুৱাৰীৰ প্ৰথমখন বৈছকৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত আজিৰ বৈঠকখন শেহতীয়া পৰ্যালোচনামুলক সভা৷ আজিৰ বৈঠকত কেবিনেট সচিব, বিদেশ সচিব, স্বাস্থ্য, অসামৰিক পৰিবহণ, তথ্য আৰু সম্প্ৰচাৰ, জাহাজ পৰিবহণ, পৰ্যটন মন্ত্ৰালয়ৰ সচিব, অধ্যক্ষ(ভাৰতীয় বিমান প্ৰাধিকৰণ), সচিব(সীমান্ত ব্যৱস্থাপনা), গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বাহিনী, দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণ, নীতি আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷