When you do natural farming, you serve Mother Earth: PM Modi to farmers
July 10th, 03:14 pm
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”PM addresses Natural Farming Conclave
July 10th, 11:30 am
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (CNCI) ৰ দ্বিতীয়টো চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
January 07th, 01:01 pm
নমস্কাৰ, পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনসুখ মাণ্ডাভিয়া জী, সুভাষ সৰকাৰ জী, শান্তনু ঠাকুৰ জী, জন বাৰলা জী, নিশীথ প্রামাণিক জী, বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী জী, চিএনচিআই, কলকাতাৰ পৰিচালনা কমিটিৰ সদস্যসকল, স্বাস্থ্য খণ্ডৰ সকলো কঠোৰ পৰিশ্ৰমী সহকৰ্মী, আন-আন গণ্যমান্য লোক আৰু ভদ্ৰলোকসকল!কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ দ্বিতীয় চৌহদৰ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে
January 07th, 01:00 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদ উদ্বোধন কৰে৷ এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনার্জী, কেন্দ্রীয় মন্ত্রী ডাঃ মনসুখ মান্দভিয়া, ডাঃ সুভাষ চৰকাৰ, শ্রী শান্তনু ঠাকুৰ, শ্রী জন বার্লা আৰু শ্রী নিশিথ প্রামাণিক অনুষ্ঠানত উপস্থিত থাকে৷‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 27th, 11:01 am
কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।প্রধানমন্ত্রীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সূচনা কৰিছে
September 27th, 11:00 am
এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে স্বাস্থ্য পৰিসেৱা পৰিকাঠামোক মজবুত কৰি তোলাৰ লক্ষ্যত যোৱা সাত বছৰ ধৰি যি অভিযান চলিছে, আজি সেয়া এক নতুন পর্যায়ত প্রবেশ কৰিছে। “আজি আমি এনে এক মিছনৰ সূচনা কৰিছো, যাৰ ফলত ভাৰতৰ স্বাস্থ্য ক্ষেত্রলৈ আমূল পৰিৱর্তন লৈ অহাৰ সম্ভবনা আছে” বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।কাইলৈ প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে
September 26th, 02:42 pm
এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’ৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ বাবে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 27th, 03:35 pm
‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’(এনডিএইচএম)ৰ কাৰ্যক্ৰমনিকাৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।স্বাস্থ্য খণ্ডত আৱণ্টিত বাজেটৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 10:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।স্বাস্থ্য ক্ষেত্রত বাজেট আবণ্টন যথোচিতভাৱে ব্যৱহাৰৰ বাবে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
February 23rd, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।Good governance is the hallmark of BJP: PM Modi
November 11th, 07:31 pm
PM Modi addressed BJP Karyakartas at the party headquarters in thanksgiving ceremony over victories in Bihar assembly polls and by polls in other states. In his victory speech, the Prime Minister attributed BJP’s electoral success to BJP’s governance. “When people think of governance, they think of BJP,” the PM said.PM Modi addresses BJP Karyakartas at Headquarters, Delhi
November 11th, 07:30 pm
PM Modi addressed BJP Karyakartas at the party headquarters in thanksgiving ceremony over victories in Bihar assembly polls and by polls in other states. In his victory speech, the Prime Minister attributed BJP’s electoral success to BJP’s governance. “When people think of governance, they think of BJP,” the PM said.India is committed to provide 'ease of doing business' to its youth, so they can focus on bringing ‘ease of living’ to the countrymen: PM
November 07th, 11:00 am
PM Modi addressed convocation ceremony of IIT Delhi via video conferencing. In his remarks, PM Modi said that quality innovation by the country's youth will help build 'Brand India' globally. He added, COVID-19 has taught the world that while globalisation is important, self reliance is also equally important. We are now heavily focussed on ease of doing business in India so that youth like you can bring transformation to our people’s lives.প্ৰধানমন্ত্ৰীয়ে আইআইটি দিল্লীৰ ৫১তম দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে
November 07th, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইআইটি স্নাতকসকলক দশৰ আৱশ্যকতাক চিনাক্ত কৰা আৰু তৃণমূল স্তৰত হৈ থকা পৰিৱৰ্তনৰ সৈতে জড়িত হোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত সাধাৰণ মানুহৰ আকাংক্ষাসমূহকো চিনাক্ত কৰাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত আইআইটি দিল্লীৰ ৫১তম বাৰ্ষিক দীক্ষান্ত সমাৰোহত আজি মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।To save Bihar and make it a better state, vote for NDA: PM Modi in Patna
October 28th, 11:03 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meeting in Patna today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.Bihar will face double whammy if proponents of 'jungle raj' return to power during pandemic: PM Modi in Muzzafarpur
October 28th, 11:02 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meeting in Muzaffarpur today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.PM Modi addresses public meetings in Darbhanga, Muzaffarpur and Patna
October 28th, 11:00 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meetings in Darbhanga, Muzaffarpur and Patna today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.প্ৰধানমন্ত্ৰীৰ ইউএছ-আইএছপিএফ ইউএছ-ভাৰত সন্মিলন ২০২০ত প্ৰদান কৰা মূল ভাষণৰ অসমীয়া লিখিত ৰূপ
September 03rd, 09:01 pm
‘ইউএছ-ভাৰত কৌশলগত সহযোগিতা মঞ্চ (আইএছপিএফ)’ৰ দ্বাৰা আমেৰিকা ভাৰত শিখৰ সন্মিলন ২০২০ৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক একেখন মঞ্চলৈ অনাটো নিশ্চিতভাৱে অভূতপূৰ্ব কাৰ্য হিচাপে বিবেচিত হৈছে৷ ভাৰত তথা আমেৰিকাক পৰস্পৰৰ অধিক কাষলৈ লৈ অনাত ‘ইউএছ-আইএছপিএফ’ৰ দ্বাৰা প্ৰণয়ন কৰা অৰ্থক প্ৰয়াস অত্যন্ত প্ৰশংসনীয় হৈছে৷ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত বিশেষ মুল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
September 03rd, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ মুল ভাষণ আগবঢ়ায়৷১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 02:49 pm
স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷