আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূপ

October 15th, 12:42 pm

ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ একতা নগৰত আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে

October 15th, 12:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে।

কেন্দ্ৰীয় বাজেট ২০২২-২৩ ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 01st, 02:23 pm

এই বাজেটে ১০০ বছৰৰ ভয়ংকৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। এই বাজেটে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে বহুতো নতুন সুযোগৰ সৃষ্টি কৰিব। এই বাজেট অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ বাবে নতুন সম্ভাৱনাৰে পৰিপূৰ্ণ। আৰু এটা নতুন এলেকা মুকলি হৈছে। সেয়া হৈছে গ্ৰীণ জবৰ কাম। এই বাজেটে সেই সময়ৰ প্ৰয়োজনীয়তাবোৰো সম্বোধন কৰে আৰু দেশৰ যুৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰে।

এখন ‘জন-অনুকূল আৰু প্ৰগতিশীল বাজেট’ৰ বাবে বিত্ত মন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 01st, 02:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বছৰৰ বাজেটখনে এটা শতিকাৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই লৈ আহিছে। তেওঁ কয়, ‘এই বাজেটে অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে সাধাৰণ লোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’।

Cabinet approves Programme for Development of Semiconductors and Display Manufacturing Ecosystem in India

December 15th, 04:23 pm

The Union Cabinet chaired by PM Modi has approved the comprehensive programme for the development of sustainable semiconductor and display ecosystem in the country. The programme will usher in a new era in electronics manufacturing by providing a globally competitive incentive package to companies in semiconductors and display manufacturing as well as design.

‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 27th, 11:01 am

কাৰ্যক্ৰমত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়া জী, মন্ত্ৰীমণ্ডলৰ মোৰ আন সহযোগীসকল, জ্যোষ্ঠ বিষয়াবৰ্গ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা চৰকাৰী আৰু বে-চৰকাৰী হাস্পটালসমূহৰ চিকিত্সক, পৰিচলনাৰে জড়িত বিষয়ববীয়াবৃন্দ, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।

প্রধানমন্ত্রীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সূচনা কৰিছে

September 27th, 11:00 am

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে স্বাস্থ্য পৰিসেৱা পৰিকাঠামোক মজবুত কৰি তোলাৰ লক্ষ্যত যোৱা সাত বছৰ ধৰি যি অভিযান চলিছে, আজি সেয়া এক নতুন পর্যায়ত প্রবেশ কৰিছে। “আজি আমি এনে এক মিছনৰ সূচনা কৰিছো, যাৰ ফলত ভাৰতৰ স্বাস্থ্য ক্ষেত্রলৈ আমূল পৰিৱর্তন লৈ অহাৰ সম্ভবনা আছে” বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।

কাইলৈ প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে

September 26th, 02:42 pm

এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷

‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’ৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ বাবে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 27th, 03:35 pm

‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’(এনডিএইচএম)ৰ কাৰ্যক্ৰমনিকাৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।