ফলাফলৰ তালিকাঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ
August 02nd, 10:20 pm
ফলাফলৰ তালিকাঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণHighlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷My Diwali is not complete without being with the soldiers: PM at Longewala
November 14th, 11:28 am
PM Narendra Modi, continuing his tradition of spending Diwali with the armed forces interacted and addressed the soldiers at the Indian border post of Longewala. He said his Diwali is complete only when he is with the soldiers. He also greeted the brave mothers and sisters and paid tribute to their sacrifice.PM spends Diwali with soldiers in forward areas
November 14th, 11:27 am
PM Narendra Modi, continuing his tradition of spending Diwali with the armed forces interacted and addressed the soldiers at the Indian border post of Longewala. He said his Diwali is complete only when he is with the soldiers. He also greeted the brave mothers and sisters and paid tribute to their sacrifice.ভাৰতক সুৰক্ষা প্ৰদান কৰোতাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ প্ৰথমটো সিদ্ধান্ত গ্ৰহণ
May 31st, 04:22 pm
ভাৰতৰ সুৰক্ষাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ বীক্ষণৰ পৰিপ্ৰেক্ষিতত যিসকল লোক ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি সমৰ্পিত তেওঁলোকৰ বাবে প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই সিদ্ধান্তৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ অধীনত ‘‘প্ৰধানমন্ত্ৰীৰ জলপানি আঁচনি’’ত কৰা বৃহৎ পৰিৱৰ্তনত অনুমোদন প্ৰদান কৰা হৈছে৷