ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

March 12th, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 12th, 09:58 am

আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়। ‘উদযাপনত অংশগ্ৰহণকে ধৰি আজিৰ কাৰ্যসূচীসমূহৰ বাবে আগ্ৰহী’, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কালিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহো শ্বেয়াৰ কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:15 am

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

March 11th, 04:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ষ্টেট হাউছ’ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে।

মৰিচাছৰ ৰাষ্ট্ৰপতি মহামহিম ধৰমবীৰ গোকুলে আয়োজন কৰা লাঞ্চৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টোষ্টৰ অসমীয়া অনুবাদ

March 11th, 03:06 pm

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত পুনৰবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।

দুদিনীয়া ভ্ৰমণৰ বাবে মৰিচাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

March 11th, 08:33 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে মৰিচাছত উপস্থিত হয়। দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মৰিচাছৰ নেতৃত্ব আৰু বিশিষ্ট ব্যক্তি সকলকো সাক্ষাৎ কৰিব।

মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

March 10th, 06:18 pm

মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।

২০২৫ চনৰ ১১-১২ মাৰ্চলৈ মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

March 07th, 06:17 pm

প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ১১-১২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ একাংশ শীৰ্ষ নেতাক সাক্ষাৎ, ভাৰতীয় বংশোদ্ভৱৰ সৈতে মিলিত হোৱাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণে ভাৰত-মৰিচাছৰ শক্তিশালী অংশীদাৰিত্বক পুনৰ দৃঢ় কৰে, যিটো মিলিত ইতিহাস আৰু অগ্ৰগতিৰ মাজত শিপাই আছে।

২০২২ চনটো অতি প্ৰেৰণাদায়ক, আশ্চৰ্যকৰ: মন কি বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

December 25th, 11:00 am

বন্ধুসকল, এই সকলোবোৰৰ সৈতে, ২০২২ বৰ্ষটো আন এটা কাৰণৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সেয়া হৈছে 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ আত্মাৰ সম্প্ৰসাৰণ। দেশৰ জনসাধাৰণে একতা আৰু সম্প্ৰীতি উদযাপনৰ বাবে বহুতো আশ্চৰ্যকৰ অনুষ্ঠানৰ আয়োজন কৰিছে। গুজৰাটৰ মাধৱপুৰ মেলাই হওক, য'ত ৰুক্মিণীৰ বিবাহ আৰু উত্তৰ-পূবৰ সৈতে ভগৱান কৃষ্ণৰ সম্পৰ্ক উদযাপন কৰা হৈছে, বা কাশী-তামিল সংগমেই হওক, এই উৎসৱবোৰত সম্প্ৰীতিৰ বিভিন্ন ৰং দেখা গৈছে। ২০২২ চনত দেশবাসীয়ে অমৰ ইতিহাসৰ আন এটা অধ্যায় ৰচনা কৰিছে। আগষ্ট মাহত আয়োজিত 'হৰ ঘৰ তিৰংগা' অভিযানৰ কথা কোনে পাহৰিব পাৰে! সেই মুহূৰ্তবোৰে প্ৰতিজন দেশবাসীৰ হৃদয় আলোড়িত কৰি তুলিছিল। স্বাধীনতাৰ ৭৫ বছৰীয়া এই অভিযানত সমগ্ৰ দেশে ত্ৰিৰংগা ৰঙেৰে নিজকে বোলাই লৈছিল। ৬ কোটিতকৈও অধিক লোকে ত্ৰিৰংগাৰ সৈতে চেলফি প্ৰেৰণ কৰিছিল। এই আজাদী কা অমৃত মহোৎসৱ অহা বছৰো একেধৰণে অব্যাহত থাকিব - ই অমৃত কালৰ ভেটি অধিক শক্তিশালী কৰিব।

PM Modi's telephonic conversation with Amir of the State of Qatar

December 08th, 01:52 pm

Prime Minister conveyed his felicitations to H.H. The Amir for the forthcoming National Day of Qatar. While thanking Prime Minister for the greetings, H.H. The Amir appreciated the enthusiasm with which the Indian community in Qatar participates in the National Day celebrations. He also conveyed warm greetings to Prime Minister for the recent Diwali festival.

PM wishes people of China on their National Day on Chinese social network Weibo

October 01st, 01:00 pm

PM Narendra Modi greeted people of China on the occasion of their National Day. Taking to the Chinese social media platform, Weibo, PM Modi said, At a time when the world looks towards Asia, the progress and prosperity of China and India, and our close cooperation, have the potential to shape a peaceful and stable future for Asia. This is a vision I share with President Xi and Premier Li.

PM greets the people of Vietnam on their National Day

September 02nd, 09:52 am

Prime Minister Narendra Modi greeted the people of Vietnam on their National Day. The PM said, “Greetings to the people of Vietnam on their National Day. Vietnam is a friendly nation with whom we cherish our relationship.”

Prime Minister Modi conveys greetings to people of Russia on their National Day

June 12th, 09:00 pm



PM greets the people of China, on their National Day

October 01st, 10:05 am



PM greets the people of Saudi Arabia on Saudi National Day

September 23rd, 07:15 am



PM extends his best wishes to the people of Vietnam, on their National Day

September 02nd, 12:28 pm