প্ৰধানমন্ত্ৰীয়ে ২৩ ছেপ্টেম্বৰত উদ্বোধন কৰিব ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন
September 21st, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৩ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। এই উপলক্ষে সমবেত হোৱা সমজুৱাক সম্বোধি তেওঁ ভাষণো প্ৰদান কৰিব।