মহাৰাষ্ট্ৰৰ মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰ পৰা মগৰালৈ মেট্ৰ’ ৰাইড প্ৰধানমন্ত্ৰীৰ

January 19th, 08:15 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰপৰা মগৰালৈ মেট্ৰ’ত উঠি যাত্ৰা কৰে। ইয়াৰোপৰি, তেখেতে মুম্বাই ১ ম’বাইল এপ (MUMBAI 1) আৰু নেচনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১) মুকলিৰ সমান্তৰালকৈ এই উপলক্ষে মেট্ৰ’ ফটো প্ৰদৰ্শনী আৰু থ্ৰীডি মডেল দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মেট্ৰ’ যাত্ৰাৰ সময়ত মেট্ৰ’ নিৰ্মাণৰে জড়িত শ্ৰমিকসকল তথা ছাত্ৰ-ছাত্ৰী, দৈনিক যাতায়াত কৰা লোকসকলৰ সৈতেও মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৯ জানুৱাৰীত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

January 17th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জানুৱাৰী, ২০২৩ তাৰিখে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব।

দিল্লী হ’ল ১৩০কোটিৰো অধিক লোকৰ অৰ্থনৈতিক আৰু কৌশলগত শক্তিৰ ৰাজধানী, ইয়াৰ মহানতা প্ৰতীয়মান স্পষ্ট হোৱা উচিতঃ প্ৰধানমন্ত্ৰ

December 28th, 11:03 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ সৰু-বৰ প্ৰত্যেকখন চহৰ ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰস্থলত পৰিণত হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীয়ে ২১শতিকাৰ ভাৰতৰ মহানতাক প্ৰতিফলিত কৰিব লাগিব। তেওঁ কয় যে এই প্ৰাচীন চহৰখনক আধুনিক কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশ সৰ্বপ্ৰথম চালকবিহীন মেট্ৰ’ ৰেলসেৱা আৰু নেচনেল কমন মোবিলিটী কাৰ্ড মুকলি কৰি এই কথা প্ৰকাশ কৰে।

PM Elaborates ‘Ek Bharat Shreshtha Bharat’ Through Consolidation of Systems and Processes

December 28th, 11:02 am

The Prime Minister, Shri Narendra Modi, while inaugurating the first-ever driverless Metro operations today also launched the expansion of National Common Mobility Card to the Airport Express Line of Delhi Metro.

Urbanization should not be seen as a challenge but used as an opportunity: PM Modi

December 28th, 11:01 am

Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.

PM inaugurates India’s first-ever driverless train operations on Delhi Metro’s Magenta Line

December 28th, 11:00 am

Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.

PM to inaugurate India’s first-ever driverless train operations on Delhi Metro’s Magenta Line on 28 December

December 26th, 03:09 pm

Prime Minister Narendra Modi will inaugurate India’s first-ever driverless train operations on Delhi Metro’s Magenta Line (Janakpuri West – Botanical Garden) along with the fully operational National Common Mobility Card service on the Airport Express Line on 28th December 2020 at 11 AM.