নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
May 11th, 11:00 am
কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ৰ কাৰ্যসূচী উদ্বোধন কৰে
May 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।পঞ্জাৱৰ মোহলিস্থিত হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
August 24th, 06:06 pm
পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰী লাল পুৰোহিত জী, মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মান জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ড° জিতেন্দ্ৰ সিং জী, সংসদত মোৰ সহযোগী মনীষ তেৱাৰী জী, সকলো চিকিৎসক, গৱেষক, পেৰামেডিকেল, অন্যান্য কৰ্মচাৰী আৰু পঞ্জাৱৰ প্ৰত্যেক কোণৰ পৰা অহা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!PM dedicates Homi Bhabha Cancer Hospital & Research Centre to the Nation at Sahibzada Ajit Singh Nagar (Mohali)
August 24th, 02:22 pm
PM Modi dedicated Homi Bhabha Cancer Hospital & Research Centre to the Nation at Mohali in Punjab. The PM reiterated the government’s commitment to create facilities for cancer treatment. He remarked that a good healthcare system doesn't just mean building four walls. He emphasised that the healthcare system of any country becomes strong only when it gives solutions in every way, and supports it step by step.India will emerge stronger only when we empower our daughters: PM Modi
February 12th, 01:21 pm
Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰিঃ প্ৰধানমন্ত্ৰী
February 12th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷PM Modi releases Platinum Jubilee Milestone Book of Tata Memorial
May 25th, 11:08 am
PM Narendra Modi today released Platinum Jubilee Milestone Book of Tata Memorial. Speaking at the event, Shri Modi appreciated contributions of Mr. Ratan Tata and the Tata Memorial Hospital towards cancer cure. PM Modi remarked that cancer was one of the biggest challenges and hence it was vital to create a common platform where patients could avail affordable treatment.