দিল্লীৰ কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি ৰেলীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 28th, 12:07 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠানত উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে৷ তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে৷ অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণ

January 28th, 12:06 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠানত উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে৷ তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে৷ অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

২৮ জানুৱাৰী তাৰিখে কাৰিপ্পা গ্ৰাউণ্ডত এনচিচি সমদলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 27th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী ২০২১ তাৰিখে দিল্লীৰ কাৰিপ্পা গ্ৰাউণ্ডত নেচনেল কেডেট কৰ্পছৰ সমদলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী আৰু তিনিওটা সশস্ত্ৰবাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকিব৷

‘এট হোম’ অনুষ্ঠানত জনজাতীয় অতিথি, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু গণৰাজ্য দিৱসত প্ৰদৰ্শন কৰিবলগীয়া শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তা বিনিময়ৰ অসমীয়া ৰূপান্তৰ

January 24th, 04:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে ‘ঘৰুৱা পৰিৱেশত অনুষ্ঠিত এক বাৰ্তালাপ অনুষ্ঠান’ত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অৰ্জুন মুণ্ডা, শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী ৰেণুকা সিং সাৰুতো এই অনুষ্ঠানত উপস্থিত থাকে।

জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

January 24th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় অতিথিবৃন্দ, ‘এনচিচি কেডেট’, ‘এনএছএছ স্বেচ্ছাসেৱী’ আৰু ‘গণৰাজ্য দিৱস’ৰ সমদলত ভাগ ল’বলগীয়া দলবোৰৰ প্ৰতীকপট নিৰ্মাতা শিল্পীসকলৰে ‘ঘৰুৱা পৰিৱেশত অনুষ্ঠিত এক বাৰ্তালাপ অনুষ্ঠান’ত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী অৰ্জুন মুণ্ডা, শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী ৰেণুকা সিং সাৰুতো এই অনুষ্ঠানত উপস্থিত থাকে।

জন্মু আৰু কাশ্মীৰক ভাৰতৰ মুকুট আখ্যা প্ৰধানমন্ত্ৰীৰ

January 28th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সমাৱেশত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সকলোকে একেলগে লগত লৈ দেশক আগবঢ়াই নিয়াৰ আহ্বান

January 28th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

NCC strengthens the spirit of discipline, determination and devotion towards the nation: PM

January 28th, 12:07 pm

Addressing the NCC Rally in Delhi, PM Modi said that NCC was a platform to strengthen the spirit of discipline, determination and devotion towards the nation. The Prime Minister said that as a young nation, India has decided that it will confront the challenges ahead and deal with them.

দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 28th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলীত অংশগ্ৰহণ কৰে৷

কাইলৈ এনচিচি ৰেলীত অংশ ল’ব প্ৰধানমন্ত্ৰী

January 27th, 01:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ কাৰিআপ্পা পেৰেড গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ কৰিব৷

৭১সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সন্মিলিত তথা অনুষ্ঠান প্ৰদৰ্শন কৰিবলগীয়া জনজাতীয় অতিথিবৰ্গ, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক আৰু বিভিন্ন বেশভুষা পৰিহিত শিল্পীসকলক উদ্দেশ্যি ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 24th, 04:19 pm

ইয়াত আপোনালোক যিমান সংখ্যক লোক একত্ৰিত হৈছে, ইয়াৰ দ্বাৰা যেন এখন ক্ষুদ্ৰ ভাৰতক প্ৰদৰ্শিত কৰিছে৷ ভাৰত প্ৰকৃতাৰ্থত কি, সেয়া আমাৰ দেশ আৰু সমগ্ৰ বিশ্বই আপোনালোকৰ জৰিয়তে বুজি উঠে৷

৭১তম গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰিবলৈ ওলোৱা আদিবাসী অতিথি, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

January 24th, 04:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এট হোম অনুষ্ঠানত ৭১তম গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা ১৭৩০ গৰাকী আদিবাসী শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে৷

আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষাই সমগ্র বিশ্বত বৈচিত্ৰতাৰ মাজত একতাৰ বাৰ্তা ব্যক্ত কৰিছে - প্রধান মন্ত্রী মোদী - মন কী বাতত

November 24th, 11:30 am

মোৰো কিছু স্মৃতি ৰোমন্থন হ’ব৷ সবাতোকৈ প্ৰথমে এনচিচিৰ সকলো পূৰ্বৰ তথা বিদ্যমান কেডেটসকলক এনচিচি দিৱসৰ অশেষ শুভকামনা যাচিছো৷ কাৰণ মইও আপোনালোকৰ দৰে কেডেট আছিলো আৰু মনেৰেও মই নিজকে কেডেট বুলি ভাবো৷ আমি সকলোৱে জানো যে এনচিচি অৰ্থাৎ নেচনেল কেডেট কৰ্পছ্, বিশ্বৰ সবাতোকৈ বৃহৎ ঐক্যবেশীয় তৰুণ সংস্থাসমূহৰ ভিতৰত ভাৰতৰ এনচিচি অন্যতম৷ এয়া এক ত্ৰি–সেৱা সংস্থা য’ত সেনা, নৌসেনা, বায়ুসেনা তিনিওটাই অন্তৰ্ভুক্ত আছে৷ নেতৃত্ব, দেশভক্তি, স্বাৰ্থহীন সেৱা, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম এই সকলোকে নিজৰ চৰিত্ৰৰ অংশ কৰি লৈ নিজৰ অভ্যাস নিৰ্মাণ কৰাৰ এক ৰোমাঞ্চক যাত্ৰাই হ’ল এনচিচি৷ এই যাত্ৰাৰ বিষয়ে অধিক কথা কোৱাৰ বাবে আজি এনচিচিত নিজৰ স্থান নিৰ্ধাৰণ কৰা কিছু তৰুণৰ সৈতে ফোনত কথা পাতো আহক৷

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জানুৱাৰী 2018

January 28th, 07:35 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

NCC is not about uniform or uniformity, it is about unity: PM Modi

January 28th, 01:07 pm

Addressing the NCC Rally today PM Modi said that NCC camps taught every youngster about the different cultures of India and motivated every youngster to do something good for the nation. NCC is not about uniform or uniformity, it is about unity. Through NCC we nurture teams that work in mission mode and inspire others, the PM remarked.

এন চি চিৰ ৰেলীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

January 28th, 01:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন চি চিৰ ৰেলীক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয় যে এন চি চিৰ প্ৰতিজন যুৱ কেডেটে ইয়ালৈ নিজৰ ব্যক্তিত্ব আৰু পৰিচয় লৈ আহিছে। কিন্তু এমাহৰ ভিতৰত তেওঁলোকৰ মাজত নতুন বন্ধুত্ব গঢ়ি উঠিব আৰু তেওঁলোকে ইজনে সিজনৰ পৰা বহু কথা শিকিব পাৰিব।এন চি চিৰ শিবিৰ সমূহে যুৱক-যুৱতীসকলক ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰৰ বিষয়ে জানিবলৈ সুবিধা দিয়ে। ইয়াৰ ফলত প্ৰতিজন যুৱক-যুৱতীয়ে দেশৰ বাবে ভাল কাম কৰিবলৈ উদ্বুদ্ধ হয়।

Social Media Corner 29 Jan 2017

January 29th, 07:45 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Social Media Corner 28 Jan 2017

January 28th, 06:44 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM reviews drought and water scarcity situation at high level meeting with Rajasthan CM

May 14th, 09:20 pm



PM reviews drought and water scarcity situation at high level meeting with Jharkhand CM

May 14th, 09:18 pm