অহা লোকসভা নিৰ্বাচন হৈছে প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰসকলে দেশৰ দায়িত্ব কান্ধ পাতি লোৱাৰ এক সুযোগঃ প্ৰধানমন্ত্ৰী
January 27th, 11:30 am
বছৰৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ পৰা প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰৰ পৰা নিৰ্বাচন আয়োগে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকালৈ, খেলো ইণ্ডিয়াৰ পৰা সন্ত ৰবিদাসৰ শিক্ষালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে দীঘলীয়াকৈ কোৱাৰ লগতে শেহতীয়াভাৱে দিল্লীৰ লালকিল্লাত শ্বহীদসকলৰ স্মৃতিত এটা সংগ্ৰহালয় উদ্বোধন কৰাৰ কথা কয়৷ প্ৰধানমন্ত্ৰীয়ে ড০ শ্ৰীশ্ৰীশ্ৰী শিৱকুমাৰ স্বামীগালু আৰু তেওঁৰ সজ শিক্ষাৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ চিন্তাধাৰাই ভৱিষ্যৎ প্ৰজন্মকো প্ৰেৰণা যোগাই থাকিব৷চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জানুৱাৰী 2018
January 25th, 07:15 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!People to people connectivity have been the foundation of our close ties for hundreds of years: PM at ASEAN Plenary Session
January 25th, 06:08 pm
While addressing the plenary session of ASEAN-India commemorative summit, PM Modi said, India shares the ASEAN vision for the rule based societies and values of peace. We are committed to work with ASEAN nations to enhance collaboration in the maritime domain.এচিয়ানৰ পূৰ্ণ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
January 25th, 06:04 pm
এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।”PM presents National Bravery Awards
January 24th, 05:22 pm
PM Modi today felicitated 18 children from across the country with National Bravery Awards. He appreciated their courage and strength and said they were an inspiration for many.PM presents National Bravery Awards
January 23rd, 08:10 pm
PM Narendra Modi today presented the National Bravery Awards to 25 children. PM Modi encouraged the children to ensure that this award does not become the end of their life’s purpose and added that this award should only mark the beginning for them. The PM also said that children must be inquisitive and inculcate the habit of reading in them.The bravery of a few gave a new life to many others. Sahas has to be a part of Swabhav: PM Modi
January 24th, 12:15 pm
PM presents National Bravery Awards to children
January 24th, 12:14 pm
PM presents the National Awards for Bravery 2014
January 23rd, 08:56 pm
PM presents the National Awards for Bravery 2014