প্ৰধানমন্ত্ৰীয়ে ৩ আগষ্টত কৃষি অৰ্থনীতিবিদসকলৰ ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব

August 02nd, 12:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৩ আগষ্টত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰ (এনএএছচি) ভৱনত পুৱা প্ৰায় ৯.৩০ বজাত কৃষি অৰ্থনীতিবিদসকলৰ ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

২১-২২ জানুৱাৰীত সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/ মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 20th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২১-২২ জানুৱাৰীত নতুন দিল্লীৰ পুছাস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব।