জম্মুত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 20th, 12:00 pm

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা জী, মোৰ কেবিনেটৰ সতীৰ্থ মন্ত্ৰী জিতেন্দ্ৰ সিং জী, মোৰ সহযোগী সাংসদ যুগল কিশোৰ জী, গুলাম আলী জী আৰু জম্মু-কাশ্মীৰৰ মোৰ মৰমৰ ভাই-ভনীসকল জয় হিন্দ, মই আকৌ এবাৰ ইয়াত উপস্থিত হৈ বহুত সুখী হৈছো। ডোগ্ৰাসকল বৰ বন্ধুত্বপূৰ্ণ, তেওঁলোক যিমান বন্ধুত্বপূৰ্ণ সিমানেই মিঠা...তেওঁলোকৰ ভাষা। সেইবাবেই...ডোগ্ৰাসকলৰ কবি পদ্ম সচদেৱে কৈছে-মিঠা ডোগ্ৰা আৰু ডোগ্ৰাৰ মধুৰ মানুহৰ ভাষা।

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত ৩২,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

February 20th, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মুত ৩২,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ স্বাস্থ্য, শিক্ষা, ৰেল, পথ, বিমান পৰিবহণ, পেট্ৰলিয়াম আৰু আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি কেইবাটাও খণ্ডৰ সৈতে জড়িত। লগতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ প্ৰায় ১,৫০০ নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে। তেখেতে ‘বিকশিত ভাৰত, বিকশিত জম্মু’ কাৰ্য্যসূচীৰ অংশ হিচাপে ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।

Social Media Corner – 28th October

October 28th, 07:22 pm

Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Cabinet approves establishment of National Academic Depository

October 27th, 04:00 pm

Cabinet chaired by PM Modi approved establishment and operationalisation of a National Academic Depository (NAD). The decision aims at bringing another dimension and enhancement of the vision of Digital India. The Govt had earlier announced in the Budget 2016-17 to establish a Digital Depository for school learning certificates, degrees and other academic awards of Higher Education Institutions, on the pattern of a Securities Depository.