প্ৰধানমন্ত্ৰীয়ে ৩ ডিচেম্বৰত ইনফিনিটি ফৰাম উদ্বোধন কৰিব

November 30th, 11:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২১ ৰ পুৱা ১০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ফিনটেক সন্দৰ্ভত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফৰাম উদ্বোধন কৰিব।

Guidelines for Other Service Providers (OSP) liberalized

June 23rd, 04:51 pm

Ravi Shankar Prasad, Union Minister for Electronics & Information Technology, Communications and Law & Justice, announced in a press interaction that Department of Telecommunication has further liberalized the guidelines for Other Service Providers (OSPs). The Guidelines issued today further liberalized the special dispensation given to OSPs in addition to the major measures already announced and implemented in November, 2020.

এআইইউৰ ৯৫ তম বৈঠক আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

April 14th, 10:25 am

এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰতজী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, গুজৰাটৰ শিক্ষামন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ সিংজী, ইউজিচিৰ অধ্যক্ষ অধ্যাপক ডি পি সিংজী, বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমী উপাধ্যায়জী, এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সভাপতি অধ্যাপক তাজ প্ৰতাপজী, প্ৰতিগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধুবৰ্গ।

ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 14th, 10:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷

নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 17th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।

‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 17th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।

প্রধানমন্ত্রীয়ে ১৭ ফেব্রুৱাৰীত নেছকম টেকনলজী এণ্ড লীডাৰশ্বিপ ফ'ৰামক সম্বোধন কৰিব

February 15th, 03:54 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৭ ফেব্রুৱাৰী ২০২১ত ১২:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে নেছকম টেকনলজী এণ্ড লীডাৰশ্বিপ ফ'ৰাম (এনটিএলএফ)ক সম্বোধন কৰিব।

Today, India is the hot-spot of digital innovation: PM Narendra Modi

February 19th, 11:30 am

While addressing the World Congress on Information Technology, PM Modi remarked, “In the 21st century, technology is becoming an enabler for this concept. It helps us create a seamless, integrated world.” He remarked that India was now the hot-spot of digital innovation, across all sectors and the country processed not only a growing number of innovative entrepreneurs, but also a growing market for tech innovation.

PM's engagements with German Chancellor Angela Merkel in Bengaluru

October 06th, 06:39 pm



At a time of global slowdown, India represents a bright spot for investments: PM’s address at the Business Forum in Bengaluru

October 06th, 01:26 pm



PM's address at event to mark completion of 25 years of NASSCOM

March 01st, 06:56 pm

PM's address at event to mark completion of 25 years of NASSCOM

Text of PM’s address at 25th Foundation Day of NASSCOM

March 01st, 01:10 pm

Text of PM’s address at 25th Foundation Day of NASSCOM

Full Text: Shri Narendra Modi addressing NASSCOM India Leadership Forum (NILF) 2014

February 14th, 10:40 am

Full Text: Shri Narendra Modi addressing NASSCOM India Leadership Forum (NILF) 2014