কচ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে এখনি আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 08th, 06:03 pm
মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷কচ্ছত আন্তৰ্জাতিক নাৰী দিৱসৰ আলোচনা চক্ৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কচ্ছত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি আলোচনা চক্ৰ সম্বোধন কৰে।২০২০ আৰু ২০২১ বৰ্ষৰ ‘নাৰী শক্তি পুৰস্কাৰ’ প্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
March 07th, 08:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত অনুষ্ঠিত এক অনুষ্ঠানত ২০২০ আৰু ২০২১ বৰ্ষৰ ‘নাৰী শক্তি পুৰস্কাৰ’ প্ৰাপকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। বাৰ্তালাপৰ এই অনুষ্ঠানে মহিলা সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা নিৰবিচ্ছিন্ন প্ৰয়াসকে পুনৰাই প্ৰতীয়মান কৰিছে।Congress’ soft approach towards terrorists and their sympathizers caused great damage to our national security: PM
April 27th, 11:35 am
At a rally in Uttar Pradesh’s Kannauj, PM Mod slammed the Congress’ soft stance towards national security, PM Modi said, “The soft approach taken by the Congress party towards terrorists and their sympathisers caused great damage to our national security and weakened the morale of our armed forces.”PM Modi addresses public meetings in Uttar Pradesh
April 27th, 11:34 am
Prime Minister Narendra Modi addressed three public meetings in Kannauj, Hardoi and Sitapur in Uttar Pradesh today. Talking about the Congress’ soft stance towards national security, PM Modi said, “The soft approach taken by the Congress party towards terrorists and their sympathisers caused great damage to our national security and weakened the morale of our armed forces.”PM interacts with recipients of Nari Shakti Puraskar - 2016
March 09th, 05:38 pm
PM Modi interacted with the recipients of Stree Shakti Puraskar and Nari Shakti Puraskar for the year 2016. The PM said that if India can grow at 8 per cent per annum over the next three decades, it would be one of the world’s most advanced countries. He said women should be suitably enabled so that they can contribute to the maximum towards this goal.