হিমাচল প্ৰদেশৰ উনাত ফাৰ্মা, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

October 13th, 10:18 am

গুৰু নানকক স্মৰণ, গুৰু সকলক স্মৰণেৰে, আজি মাতৃ চিন্তপূৰ্ণীৰ চৰণত প্ৰণাম জনাই ধনতেৰাচ আৰু দীপাৱলীৰ পূৰ্বে হিমাচলক হাজাৰ কোটি টকা মূল্যৰ উপহাৰ প্ৰদান কৰিবলৈ পাই সন্তোষ পাইছো। আজি হিমাচলৰ উনাত আগতীয়াকৈ দীপাৱলীৰ সূচনা হৈছে। ইয়ালৈ বহু সংখ্যক দেৱীৰ ৰূপত আমাৰ মাতৃ-ভগ্নীসকলে আমাক আশীৰ্বাদ দিবলৈ আহিছে! আপোনালোক আটাইৰে এই আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক গভীৰ আস্থা, এয়া এক অতিশয় পৰম শক্তি।

PM lays foundation stone of Bulk Drug Park in Una, Himachal Pradesh

October 13th, 10:16 am

PM Modi laid foundation stone of Bulk Drug Park and dedicated IIIT Una to the nation. He also flagged off inaugural run of Vande Bharat Express from Amb Andaura, Una to New Delhi. “New India is overcoming challenges of the past and growing rapidly. Amenities that should have reached the people in the last century are being made available now, he said.

প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণ কৰিব আৰু ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

January 03rd, 03:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰী, ২০২২ তাৰিখে পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১ বজাত ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰৰ ভিতৰত আছে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে; অমৃতসৰ-উনা শাখা চাৰি লেনযুক্ত কৰা; মুকেৰিয়ান- তালৱাৰা নিউ ব্ৰডগজ ৰেলপথ; ফিৰোজপুৰৰ পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন নতুন চিকিৎসা মহাবিদ্যালয়।

Our aim is to empower and transform lives of people across the country: PM Modi

October 18th, 12:59 pm

PM Modi addressed a public meeting in Himachal Pradesh. While speaking at the event, Shri Modi stated that the valour of our armed forces could not be forgotten and the entire country has been discussing that. The PM noted OROP that was pending for over forty years have been implemented by the NDA Government and benefitted several ex-servicemen. He remarked that today at Centre there was a Government dedicated to development of the country. PM Modi said that when NDA Government came to power, it initiated several stalled projects worth crores of rupees.

PM Modi addresses Parivartan Rally in Mandi, Himachal Pradesh

October 18th, 12:58 pm

PM Narendra Modi addressed a public meeting in Himachal Pradesh. He launched 3 hydro projects. The Prime Minister highlighted several initiatives of the Central Government aimed at empowering and transforming lives of people across the country. The Prime Minister noted OROP that was pending for over 40 years have been implemented by the NDA Government and benefited several ex-servicemen.