জন্ম জয়ন্তীত ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
October 11th, 08:47 am
জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ গ্ৰামীণ জনসাধাৰণৰ সৱলীকৰণৰ প্ৰতি শ্ৰী দেশমুখৰ নিষ্ঠা আৰু সেৱাক স্মৰণ আৰু প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন নানাজী দেশমুখক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
October 11th, 09:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নানাজী দেশমুখে দেশৰ গাওঁ আৰু জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু সেৱাৰ মনোভাৱ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি শ্ৰী মোদীয়ে লগতে কয়।প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন নানাজী দেশমুখৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰে
October 11th, 09:40 am
ভাৰত ৰত্ন নানাজী দেশমুখৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।PM pays tributes to Bharat Ratna Nanaji Deshmukh on his Jayanti
October 11th, 10:12 am
The Prime Minister, Shri Narendra Modi has paid tributes to Bharat Ratna Nanaji Deshmukh on his Jayanti.স্বামীত্ব আঁচনিৰ অধীনত সম্পত্তি কাৰ্ডৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
October 11th, 11:01 am
এই অধিকাৰ এক প্ৰকাৰে আইনী দস্তাৱেজৰ দৰে৷ আপোনালোকৰ ঘৰ আপোনালোকৰেই, আপোনালোকৰ ঘৰতেই আপোনালোক থাকিব৷ আপোনালোকৰ ঘৰটো কিদৰে ব্যৱহাৰ কৰিব, সেই সিদ্ধান্ত আপোনালোকেই গ্ৰহণ কৰিব৷ না চৰকাৰে তাত কিবা দখল দিব না ওচৰ-চুবুৰীয়াই তাতে দখল দিব৷স্বামিত্ব আঁচনিৰ অধীনত প্ৰপাৰ্টি কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 11th, 11:00 am
প্ৰধানমন্ত্ৰীয়ে ‘স্বামিত্ব আঁচনি’ৰ অধীনত আজি ঘৰৰ প্ৰপাৰ্টি কাৰ্ডসমূহ লাভ কৰা হিতাধিকাৰীসকলক অভিনন্দন জনাই আৰু কয় ইয়াৰ জৰিয়তে এতিয়া হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰৰ মালিকানাৰ এখনি আইনী নথি তথা অধিকাৰ লাভ কৰিব। এই আঁচনিখনে দেশখনৰ গাঁওসমূহৰ ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিবলৈ আগবাঢ়িছে। তেখেতে লগতে কয়, গ্ৰাম্য ভাৰতক এই আঁচনিখনে আত্ম-নিৰ্ভৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত দেশখনে আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে আন এক মূল পদক্ষেপ গ্ৰহণ কৰিলে।Prime Minister, Shri Narendra Modi has bowed to Loknayak Jayaprakash Narayan and Nanaji Deshmukh, on their Jayanti today.
October 11th, 10:22 am
Prime Minister, Shri Narendra Modi has bowed to Loknayak Jayaprakash Narayan and Nanaji Deshmukh, on their Jayanti today.কৃষি খণ্ড, আমাৰ কৃষক, আমাৰ গাওঁসমূহ আত্মনিৰ্ভৰ ভাৰতৰ ভেঁটি: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 27th, 11:00 am
সাধুৱে মানুহৰ ৰচনাত্মক আৰু সংবেদনশীল স্বভাৱক উন্মোচিত কৰে৷ সাধুৰ শক্তি অনুভূত কৰিবলৈ হ’লে যেতিয়া কোনো মাকে নিজৰ সৰু সন্তানক শোৱাবলৈ অথবা তাক খাদ্য খুৱাবলৈ সাধু শুনায়, সেয়া প্ৰত্যক্ষ কৰক৷ মই নিজৰ জীৱনত বহু সময়লৈ পৰিব্ৰাজকৰ দৰে অতিবাহিত কৰিছো৷ প্ৰতিদিনে নতুন গাঁও, নতুন লোক, নতুন পৰিয়াল..কিন্তু যেতিয়া মই পৰিয়ালবোৰৰ ওচৰলৈ গৈছিলো তেতিয়া মই শিশুসকলৰ সৈতে কথা পাতিছিলো আৰু কেতিয়াবা কেতিয়াবা শিশুসকলক কৈছিলো যে মোক সাধু শুনোৱা৷ মই আচৰিত হৈ গৈছিল যেতিয়া শিশুসকলে মোক কৈছিল, নহয় খুড়া নহয়, সাধু নহয়, আমি কৌতুক শুনাম, আৰু মোকো তেওঁলোকে এয়াই কৈছিল যে খুড়া আপুনিও আমাক কৌতুক শুনাওক৷ অৰ্থাৎ তেওঁলোক সাধুৰ সৈতে পৰিচিত নাছিল৷ অধিকাংশৰ জীৱন কৌতুকতেই সীমাৱদ্ধ হৈ ৰৈছিল৷Bundelkhand Expressway will enhance connectivity in UP: PM Modi
February 29th, 02:01 pm
Prime Minister Narendra Modi laid the foundation stone for the 296-kilometres long Bundelkhand Expressway at Chitrakoot today. To be built at a cost of Rs 14,849 crore, the Expressway is expected to benefit Chitrakoot, Banda, Mahoba, Hamirpur, Jalaun, Auraiya and Etawah districts.বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে; এক ঐতিহাসিক দিন হিচাপে প্ৰশংসা
February 29th, 02:00 pm
দেশত নিৱনুৱাকলৰ সংস্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে, পূৰ্বাঞ্চল এক্সপ্ৰেছৱে অথবা প্ৰস্তাৱিত গংগা এক্সপ্ৰেছৱেই কেৱল উত্তৰপ্ৰদেশৰ যোগাযোগ ব্যৱস্থাই উন্নত নকৰে বৰঞ্চ সংস্থাপনৰো যথেষ্ট সূযোগ সৃষ্টি কৰাৰ লগতে বৃহৎ নগৰসমূহৰ সৈতে জনসাধাৰণে যোগসুত্ৰ ৰক্ষা কৰাৰ সুবিধা পাব৷জন্মবাৰ্ষিকীত নানাজী দেশমুখলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
October 11th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসেৱক নানাজী দেশমুখৰ জন্মজয়ন্তী উপলক্ষে মহান পুৰুষগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। তেওঁ কয়, “আজি জন্মবাৰ্ষিকীৰ দিনা দেশৰ এগৰাকী মহান সমাজকৰ্মী আৰু দেশপ্ৰেমী নানাজী দেশমুখক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। তেওঁ গাওঁ আৰু কৃষকৰ কল্যাণ আৰু উত্তৰণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। দেশ নিৰ্মাণৰ বাবে তেওঁৰ অৱদান চিৰকালে স্মৰণীয় হৈ ৰ’ব।”ভাৰত ৰত্ন বিজেতাসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
January 25th, 09:24 pm
সমাজলৈ নানাজী দেশমুখৰ অৰিহণাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গ্ৰামীণ বিকাশৰ প্ৰতি নানাজী দেশমুখৰ বিশেষ অৱদানে আমাৰ গাঁওসমূহৰ সৱলীকৰণ কৰাৰ নতুন পথ প্ৰদৰ্শন কৰিছিল৷ তেওঁ সমাজৰ বঞ্চিত অংশলৈ বিনম্ৰতা, সেৱা আৰু কৰুণাৰ ভাৱ প্ৰদৰ্শন কৰিছিল৷ তেওঁ প্ৰকৃতাৰ্থতেই ভাৰতৰ ৰত্ন৷’’PM Modi pays tribute to Nanaji Deshmukh on his Jayanti
October 11th, 08:40 am
Paying tributes to Nanaji Deshmukh on his Jayanti, PM Narendra Modi said, Nanaji Deshmukh worked tirelessly towards upliftment of our villages and for the welfare of our hardworking farmers. His organisational skills were also greatly admired.Social Media Corner 11 October 2017
October 11th, 06:59 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!The real essence of a democracy is Jan Bhagidari, says PM Narendra Modi
October 11th, 11:56 am
PM Modi attended birth centenary celebration of Nanaji Deshmukh. Paying tributes to Nanaji Deshmukh and Loknayak JP, the PM said that both devoted their lives towards the betterment of our nation. The PM also launched the Gram Samvad App and inaugurated a Plant Phenomics Facility of IARIPM attends inauguration of birth centenary celebration of Nanaji Deshmukh
October 11th, 11:54 am
PM Modi attended birth centenary celebration of Nanaji Deshmukh. Paying tributes to Nanaji Deshmukh and Loknayak JP, the PM said that both devoted their lives towards the betterment of our nation. The PM also launched the Gram Samvad App and inaugurated a Plant Phenomics Facility of IARIPM remembers Nanaji Deshmukh on his birth anniversary
October 11th, 11:18 am
The Prime Minister, Shri Narendra Modi has remembered social reformer Nanaji Deshmukh, on his birth anniversary.PM to attend inauguration of birth centenary celebration of Nanaji Deshmukh
October 10th, 06:44 pm
PM Modi will attend the inauguration of the birth centenary celebration of Nanaji Deshmukh. The PM will release a commemorative postage stamp on Nanaji Deshmukh and launch a portal for coordination and monitoring of development works at the district level.