Mahayuti in Maharashtra, BJP-NDA in the Centre, this means double-engine government in Maharashtra: PM Modi in Chimur
November 12th, 01:01 pm
Campaigning in Maharashtra has gained momentum, with PM Modi addressing a public meeting in Chimur. Congratulating Maharashtra BJP on releasing an excellent Sankalp Patra, PM Modi said, “This manifesto includes a series of commitments for the welfare of our sisters, for farmers, for the youth, and for the development of Maharashtra. This Sankalp Patra will serve as a guarantee for Maharashtra's development over the next 5 years.PM Modi addresses public meetings in Chimur, Solapur & Pune in Maharashtra
November 12th, 01:00 pm
Campaigning in Maharashtra has gained momentum, with PM Modi addressing multiple public meetings in Chimur, Solapur & Pune. Congratulating Maharashtra BJP on releasing an excellent Sankalp Patra, PM Modi said, “This manifesto includes a series of commitments for the welfare of our sisters, for farmers, for the youth, and for the development of Maharashtra. This Sankalp Patra will serve as a guarantee for Maharashtra's development over the next 5 years.মহাৰাষ্ট্ৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 09th, 01:09 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 09th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।The INDI Alliance struggles with a lack of substantial issues: PM Modi in Wardha
April 19th, 06:00 pm
Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.Enthusiasts of Wardha, Maharashtra welcome PM Modi at a public meeting
April 19th, 05:15 pm
Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.The people of Maharashtra must vote for the country's unity &progress, cautioning against the divisive agenda of opportunistic alliances: PM Modi in Ramtek
April 10th, 06:30 pm
Prime Minister Narendra Modi addressed a spirited public gathering in Ramtek, Maharashtra. He began his address by expressing gratitude and reverence towards the esteemed leaders and historical figures who have contributed to the rich cultural heritage of the region. PM Modi paid homage to revered figures like Baba Jumdevji, Gond Raja Bakht Buland Shah, and Baba Saheb Ambedkar, acknowledging their invaluable contributions to society.PM Modi addresses a public meeting in Ramtek, Maharashtra
April 10th, 06:00 pm
Prime Minister Narendra Modi addressed a spirited public gathering in Ramtek, Maharashtra. He began his address by expressing gratitude and reverence towards the esteemed leaders and historical figures who have contributed to the rich cultural heritage of the region. PM Modi paid homage to revered figures like Baba Jumdevji, Gond Raja Bakht Buland Shah, and Baba Saheb Ambedkar, acknowledging their invaluable contributions to society.তেলেংগানাৰ মাহবুবনগৰত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 01st, 02:43 pm
তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন জী, মোৰ সতীৰ্থ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী জি. কিষাণ ৰেড্ডী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী সঞ্জয় কুমাৰ বাণ্ডী জী, ইয়াত উপস্থিত আন-আন বিশিষ্ট ব্যক্তিসকল!তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
October 01st, 02:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত গড়কাপ্তানী, ৰে’ল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ড আৰু উচ্চ শিক্ষাৰ প্ৰকল্প অন্তৰ্ভুক্ত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে তেলেংগানা ভ্ৰমণ কৰিব
September 29th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰ, ২০২৩ তাৰিখে তেলেংগানা ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহাবুবনগৰ জিলাত উপস্থিত হ'ব, য'ত তেওঁ পথ, ৰে'ল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু উচ্চ শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ১৩,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব । এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক ৰে'ল সেৱাৰো ফ্লেগ অফ কৰি উদ্বোধন কৰিব।মহাৰাষ্ট্ৰৰ পুণেত বিভিন্ন প্ৰকল্প প্ৰতিষ্ঠা আৰু উদ্বোধনৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 01st, 02:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ জী আৰু অজিত পাৱাৰ জী, দিলীপ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ভাতৃ-ভগ্নীসকল!মহাৰাষ্ট্ৰৰ পুনেত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
August 01st, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে মেট্ৰ’ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশ উদ্বোধন কৰাৰ লগতে মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে। লগতে পিমপ্ৰি চিঞ্চৱাড় পৌৰ নিগমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ আৰু পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই আবাস হিতাধিকাৰীক অৰ্পণ কৰে। তেওঁ পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰ আৰু পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰিবলগীয়া ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে প্রায় ৩০০ কোটি টকা ব্যয়েৰে বিকাশ সাধন কৰা পিচিএমচিৰ অধীনত এটা আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্টো উদ্বোধন কৰে৷PM congratulates the team of AIIMS Nagpur to receive the NABH accreditation
June 01st, 10:24 am
The Prime Minister, Shri Narendra Modi has congratulated the team of AIIMS Nagpur to become the 1st of all AIIMS to receive the NABH accreditation.ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে’লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 25th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা কৰে।১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছ (আইএছচি)ত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 10:40 am
আপোনালোক সকলোকে 'ইণ্ডিয়ান ছাইঞ্চ কংগ্ৰেছ'ৰ আয়োজনৰ বাবে বহুত বহুত অভিনন্দন। অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাত ভাৰতৰ বৈজ্ঞানিক শক্তিৰ ভূমিকা বহুত মহত্বপূৰ্ণ হ'ব। ছাইঞ্চত Passionৰ সৈতে যেতিয়াই দেশৰ সেৱাৰ সংকল্প সংযুক্ত হয়, তেতিয়া পৰিণতিও অভূতপূৰ্ব হয়। মোৰ বিশ্বাস আছে, ভাৰতৰ ছাইণ্টিফিক কমিউনিটিয়ে ভাৰতক ২১শ শতিকাত সেই লক্ষ্য আহৰণ কৰাব, যাৰ ই সদায়েই যোগ্য। মই এই বিশ্বাসৰ কাৰণো আপোনালোকক ক'ব খোজো। আপোনালোকেও জানে যে Observation বিজ্ঞানৰ মূল আধাৰ। Observationৰ জৰিয়তে আপোনালোক বৈজ্ঞানিকে patterns ফলো কৰে, পুনৰ সেই patternsক analyse কৰাৰ পাছত কোনো পৰিণতিত উপনীত হয়।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ প্ৰদান কৰে
January 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ প্ৰদান কৰে। এই বছৰৰ আইএছচিৰ কেন্দ্ৰবিন্দু বিষয় হৈছে মহিলা সশক্তিকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি যিয়ে বহনক্ষম উন্নয়ন, মহিলা সৱলীকৰণ আৰু ইয়াক প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোচনা কৰিব।Politics of short-cuts is a malady: PM Modi in Nagpur, Maharashtra
December 11th, 11:50 am
The Prime Minister, Shri Narendra Modi laid the foundation stone and dedicated to the nation various projects worth more than 75,000 crores in Maharashtra today. It includes national rail projects worth more than 1500 crores, National Institute of One Health (NIO), Nagpur and Nag river pollution abatement project, Nagpur. During the programme, the Prime Minister also dedicated ‘Central Institute of Petrochemicals Engineering & Technology (CIPET), Chandrapur’ to the nation and inaugurated ‘Centre for Research, Management and Control of Hemoglobinopathies, Chandrapur’.