ভাৰতৰ নাগপত্তনম আৰু শ্ৰীলংকাৰ কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

October 14th, 08:15 am

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আপোনালোকৰ সৈতে মিলিত হোৱাটো সৌভাগ্যৰ কথা। ভাৰত আৰু শ্ৰীলংকাৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত আমি এক নতুন অধ্যায় আৰম্ভ কৰিছোঁ। নাগপত্তনম আৰু কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভণি, আমাৰ সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

PM addresses launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka

October 14th, 08:05 am

Addressing the launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka PM Modi said that India and Sri Lanka share a deep history of culture, commerce and civilization. Nagapattinam and towns near-by have long been known for sea trade with many countries, including Sri Lanka.