
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।
ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়
April 04th, 12:53 pm
আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
April 04th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে বৈঠকত মিলিত হয়।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।ভূমিকম্পৰ শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 29th, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানমূলক সময়ত ম্যানমাৰৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে। এই দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিক সাহায্য আৰু সাহায্য প্ৰদানৰ বাবে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে।ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ
March 28th, 02:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত বিধ্বংসী ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰে।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি
October 10th, 05:42 pm
আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী আৰু এনএলডিক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
November 12th, 10:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী আৰু এনএলডিক অভিনন্দন জনাইছে।Historic decisions taken by Cabinet to boost infrastructure across sectors
June 24th, 04:09 pm
Union Cabinet chaired by PM Narendra Modi took several landmark decisions, which will go a long way providing a much needed boost to infrastructure across sectors, which are crucial in the time of pandemic. The sectors include animal husbandry, urban infrastructure and energy sector.Telephone conversation between Prime Minister and State Counsellor of Myanmar Daw Aung San Suu Kyi
April 30th, 04:15 pm
PM Narendra Modi had a telephonic conversation with Aung San Suu Kyi, the State Counsellor of Myanmar. The PM conveyed India's readiness to provide all possible support to Myanmar for mitigating the health and economic impact of COVID-19.ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত সম্পাদিত বুজা-বুজিৰ চুক্তিসমূহ
February 27th, 03:23 pm
ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত সম্পাদিত বুজা-বুজিৰ চুক্তিসমূহম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তি
February 27th, 03:22 pm
ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তিম্যানমাৰৰ ষ্টেট কাউন্সিলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে
July 29th, 07:58 pm
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে৷লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাব বিনিময়ৰ অসমীয়া অনুবাদ
April 19th, 05:15 am
প্ৰসুন যোশী- মোদী ডাঙৰীয়া, আমি সকলোৱে গম পাওঁ যে আপুনি কিমান ব্যস্ত কাৰ্যসূচীৰ পৰা সময় উলিয়াই ইয়ালৈ আহিছে আৰু আমি আপোনাৰ পৰা ক্ষন্তেক সময় বিচাৰিছোঁ৷ সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ৷ মই কিছু সময় পূৰ্বে ভাৰতৰ বিষয়ে এইদৰে লিখিছিলোঁ যে