আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি
October 10th, 05:42 pm
আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী আৰু এনএলডিক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
November 12th, 10:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী আৰু এনএলডিক অভিনন্দন জনাইছে।Historic decisions taken by Cabinet to boost infrastructure across sectors
June 24th, 04:09 pm
Union Cabinet chaired by PM Narendra Modi took several landmark decisions, which will go a long way providing a much needed boost to infrastructure across sectors, which are crucial in the time of pandemic. The sectors include animal husbandry, urban infrastructure and energy sector.Telephone conversation between Prime Minister and State Counsellor of Myanmar Daw Aung San Suu Kyi
April 30th, 04:15 pm
PM Narendra Modi had a telephonic conversation with Aung San Suu Kyi, the State Counsellor of Myanmar. The PM conveyed India's readiness to provide all possible support to Myanmar for mitigating the health and economic impact of COVID-19.ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত সম্পাদিত বুজা-বুজিৰ চুক্তিসমূহ
February 27th, 03:23 pm
ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত সম্পাদিত বুজা-বুজিৰ চুক্তিসমূহম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তি
February 27th, 03:22 pm
ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তিম্যানমাৰৰ ষ্টেট কাউন্সিলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে
July 29th, 07:58 pm
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ম্যানমাৰৰ প্ৰতিৰক্ষা বিভাগৰ কমাণ্ডাৰ-ইন-চীফ ছিনিয়ৰ জেনেৰেল মিন আং হিয়াঙে৷লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাব বিনিময়ৰ অসমীয়া অনুবাদ
April 19th, 05:15 am
প্ৰসুন যোশী- মোদী ডাঙৰীয়া, আমি সকলোৱে গম পাওঁ যে আপুনি কিমান ব্যস্ত কাৰ্যসূচীৰ পৰা সময় উলিয়াই ইয়ালৈ আহিছে আৰু আমি আপোনাৰ পৰা ক্ষন্তেক সময় বিচাৰিছোঁ৷ সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ৷ মই কিছু সময় পূৰ্বে ভাৰতৰ বিষয়ে এইদৰে লিখিছিলোঁ যেলণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ
April 18th, 09:49 pm
ব্ৰিটেইনৰ লণ্ডনত অনুষ্ঠিত হোৱা ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে৷ অনুষ্ঠানত তেওঁ অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰো দিয়ে৷ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ প্ৰধান অংশ তলত প্ৰদান কৰা হ’লঃPM Modi congratulates HE U Win Myint on his election as President of Myanmar
March 28th, 05:44 pm
PM Modi today congratulated HE U Win Myint on his election as President of the Republic of the Union of Myanmar. In a tweet, the PM said, “Warmest congratulations and good wishes to His Excellency U Win Myint on his election as President of the Republic of the Union of Myanmar. Look forward to working with him on strengthening India-Myanmar relations.”এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী
January 26th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল।PM holds meetings with leaders of ASEAN countries
January 24th, 10:07 pm
Prime Minister Shri Narendra Modi had bilateral meetings with Her Excellency Daw Aung San Suu Kyi, State Counsellor of Myanmar, His Excellency Mr. Nguyen Xuan Phuc, Prime Minister of Vietnam and His Excellency Mr. Rodrigo Roa Duterte, President of the Philippines today.PM Modi offers prayers at Kali Bari in Yangon
September 07th, 11:21 am
Prime Minister Narendra Modi today offered prayers at the Kali Bari in Yangon.PM Modi visits Shwedagon Pagoda in Myanmar
September 07th, 09:53 am
Prime Minister Modi today visited the Shwedagon Pagoda in Myanmar. The 2500 year old pagoda is considered to be the pinnacle of Myanmar's cultural heritage.India-Myanmar Joint Statement issued on the occasion of the State Visit of Prime Minister of India to Myanmar
September 06th, 10:26 pm
At the invitation of H.E. U Htin Kyaw, President of the Republic of the Union of Myanmar, Shri Narendra Modi, Prime Minister of the Republic of India, is paying his first bilateral State visit to the Republic of the Union of Myanmar from 5th to 7th September 2017. The visit is part of the continuing high level interaction between the leaders of the two countries and follows successive State visits to India last year by H.E. President U Htin Kyaw and H.E. State Counsellor Daw Aung San Suu Kyi.We are not merely reforming India but are transforming India: PM Modi
September 06th, 07:13 pm
PM Modi today interacted with the Indian community in Yangoon, Myanmar. Speaking at the event, PM Modi said, “We are not merely reforming India but are transforming India, a new India is being built.” On demonetisation, the PM said, We have not shied away from taking decisions that are tough. For us, the nation is bigger than politics.