Governance is not a platform for nautanki: PM slams AAP-da after BJP sweeps Delhi

Governance is not a platform for nautanki: PM slams AAP-da after BJP sweeps Delhi

February 08th, 07:00 pm

In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.

PM Modi addresses BJP Karyakartas at Party Headquarters after historic victory in Delhi

PM Modi addresses BJP Karyakartas at Party Headquarters after historic victory in Delhi

February 08th, 06:30 pm

In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

India's youth are a force for global good: PM Modi at NCC Rally

January 27th, 05:00 pm

PM Modi addressed the NCC Rally in Delhi. The Prime Minister remarked that the youth of India will determine the development of the country and the world in the 21st century. He emphasised, “Indian youth are not only contributing to India's development but are also a force for global good.”

PM Modi addresses the annual NCC PM Rally

January 27th, 04:30 pm

PM Modi addressed the NCC Rally in Delhi. The Prime Minister remarked that the youth of India will determine the development of the country and the world in the 21st century. He emphasised, “Indian youth are not only contributing to India's development but are also a force for global good.”

Those who learn from failure, always succeed: PM during interaction with NCC and NSS cadets

January 25th, 03:30 pm

PM Modi interacted with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists who would be a part of the upcoming Republic Day parade at his residence at Lok Kalyan Marg earlier today. The interaction was followed by vibrant cultural performances showcasing the rich culture and persity of India. He also engaged in an informal, freewheeling one-on-one interaction with the participants.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে

January 25th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”

PM Modi interacts with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists

January 24th, 08:08 pm

PM Modi interacted with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists who would be a part of the upcoming Republic Day parade at his residence at Lok Kalyan Marg earlier today. The interaction was followed by vibrant cultural performances showcasing the rich culture and persity of India. He also engaged in an informal, freewheeling one-on-one interaction with the participants.

Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi

January 23rd, 11:30 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

Prime Minister Shri Narendra Modi’s address on Parakram Diwas

January 23rd, 11:25 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

January 12th, 02:15 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ​​পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ

January 12th, 02:00 pm

ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।

২৬ ডিচেম্বৰত নতুন দিল্লীত ‘বীৰ বাল দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 25th, 01:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৬ ডিচেম্বৰত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত দুপৰীয়া প্ৰায় ১২ বজাত শিশুসকলক ভাৰতৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ বাবে দেশজুৰি উদযাপন কৰা ‘বীৰ বাল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

স্বামী দয়ানন্দ সৰস্বতীৰ জন্ম জয়ন্তীত ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 11th, 12:15 pm

অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সন্তসকল, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা জী, আৰ্য সমাজৰ বিভিন্ন সংগঠনৰ সৈতে জড়িত সকলো বিষয়ববীয়া, অন্যান্য মহানুভৱ, দেৱী আৰু সজ্জনসকল!

মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

February 11th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মৰবিৰ তঙ্কাৰাৰ স্বামী দয়ানন্দৰ জন্মস্থানত স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

The next 25 years are crucial to transform India into a 'Viksit Bharat': PM Modi

January 25th, 12:00 pm

PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”

PM Modi’s address at the Nav Matdata Sammelan

January 25th, 11:23 am

PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”

Motivation may wane sometimes, but it is the discipline that keeps you on the right path: PM Modi

January 24th, 03:26 pm

The Prime Minister Narendra Modi addressed the NCC Cadets and NSS Volunteers. Addressing the gathering, the Prime Minister expressed pride in the cultural program depicting the life of Rani Lakshmi Bai and said that it has brought India’s history alive today. He praised the efforts of the team involved in the program and stated that they will now be a part of the Republic Day Parade. “This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India, the Prime Minister said.

এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

January 24th, 03:25 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন চি চি কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী লক্ষ্মী বাঈৰ জীৱনক প্ৰস্তুত কৰি উলিওৱা সাংস্কৃতিক কাৰ্যসূচীক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে ই আজি ভাৰতৰ ইতিহাসক সজীৱ কৰি তুলিছে। তেওঁ এই কাৰ্যসূচীৰ সৈতে জড়িত দলটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোক এতিয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো দুটা কাৰণত বিশেষ যেনে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু ভাৰতৰ নাৰী শক্তিৰ প্ৰতি ইয়াৰ সমৰ্পণ।” সমগ্ৰ ভাৰতৰ মহিলা অংশগ্ৰহণকাৰীসকলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ইয়াত অকলশৰীয়া নহয়, বৰঞ্চ নিজ নিজ ৰাজ্যৰ সাৰমৰ্ম, নিজৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ সমাজৰ আগন্তুক চিন্তাধাৰা লৈ আহিছে। আজি আন এক বিশেষ অনুষ্ঠান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ কথা উল্লেখ কৰে যিটো তেওঁলোকৰ সাহস, দৃঢ়তা আৰু কৃতিত্বৰ উদযাপন। “ভাৰতৰ কন্যাসকলৰ সমাজখনক ভালৰ বাবে সংস্কাৰ কৰাৰ সামৰ্থ্য আছে”, বিভিন্ন ঐতিহাসিক যুগত সমাজৰ ভেটি স্থাপনৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যিটো বিশ্বাস আজিৰ সাংস্কৃতিক প্ৰদৰ্শনত প্ৰত্যক্ষ কৰা হৈছিল।