‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 17th, 12:07 pm
আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।প্ৰধানমন্ত্ৰীয়ে এলবিএছএনএএত ৯৬তম উমৈহতীয়া মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়
March 17th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (এলবিএছএনএএ)ত ৯৬ সংখ্যক সাধাৰণ মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ নতুন ক্ৰীড়া কমপ্লেক্সটো উদ্বোধন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হেপ্পী ভেলী কমপ্লেক্স উৎসৰ্গা কৰে।Serving the citizens of the country is the highest duty of a civil servant: PM
October 31st, 12:01 pm
Addressing Aarambh 2020, PM Narendra Modi said that the role of civil servants should be of minimum government and maximum governance. He urged them to take decisions in the national context, which strengthen the unity and integrity of the country. PM Modi urged the civil servants to maintain the spirit of the Constitution as they work as the steel frame of the country.সংহত বুনিয়াদী পাঠ্যক্ৰম ‘আৰম্ভ’-ৰ দ্বিতীয় তাঙৰণত ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা
October 31st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ কেৱাড়িয়াৰ পৰা ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে মুচৌৰীৰ ‘এলবিএছএনএএ’-ৰ ‘ভাৰতীয় অসামৰিক সেৱা’ৰ প্ৰশিক্ষণৰত বিষয়া-বৰ্গ(অ’টি)ৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ২০১৯ চনত প্ৰথমবাৰ বাবে আৰম্ভ কৰা ‘সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ’-ৰ এক অংশ হিচাপেই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।সহযোগী সচিব (২০১৭ বৰ্ষৰ আইএএছ বিষয়া )ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ সহযোগী সচিব হিচাপে কৰ্মক্ষেত্ৰত যোগ দিয়া যুৱ বিষয়াসকলক নতুন দৃষ্টি, নতুন ধাৰণা আৰু নতুন প্ৰয়াসেৰে কামত মনোনিৱেশ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
July 02nd, 06:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৭বৰ্ষৰ প্ৰায় ১৬০ গৰাকী যুৱ আইএএছ বিষয়াৰ সৈতে মত–বিনিময় কৰে৷ শেহতীয়াকৈ তেওঁলোকে ভাৰতৰ চৰকাৰৰ সহযোগী সচিব হিচাপে কৰ্মক্ষেত্ৰত যোগ দিছে৷PM addresses Officer Trainees of the 92nd Foundation Course at LBSNAA, Mussoorie, on the 2nd day of his visit
October 27th, 05:16 pm
PM Modi addressed over 360 Officer Trainees of the 92nd Foundation Course at LBSNAA, Mussoorie, on the 2nd day of his visit. Addressing the officer trainees, the PM stressed on the importance of Jan Bhagidari for policy initiatives to be successfully implemented.PM on 2-day visit to LBSNAA, Mussoorie; interacts with Officer Trainees of 92nd Foundation Course
October 26th, 08:16 pm
PM Modi met and interacted with over 360 Officer Trainees of the 92nd Foundation Course at the Lal Bahadur Shastri National Academy of Administration (LBSNAA) in Mussoorie. A variety of subjects such as administration, governance, technology and policy-making came up for discussion. He also stressed on the need for them to develop a national vision.