RJD and Congress’ alliance doesn't care about country's constitution or democracy: PM in Araria
April 26th, 01:05 pm
Prime Minister Narendra Modi addressed a public meeting in Araria, Bihar, where he emphasized the importance of the ongoing elections and highlighted the achievements of the NDA government.Fight is between NDA’s ‘Santushtikaran model’ & INDI alliance’s 'Tushtikaran model': PM in Munger
April 26th, 01:05 pm
Prime Minister Narendra Modi addressed public meeting Munger, Bihar, where he emphasized the importance of the ongoing elections and highlighted the achievements of the NDA government.PM Modi addresses public meetings in Araria and Munger, Bihar
April 26th, 12:45 pm
Prime Minister Narendra Modi addressed public meetings in Araria and Munger, Bihar, where he emphasized the importance of the ongoing elections and highlighted the achievements of the NDA government.বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 15th, 12:01 pm
আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।১৫ ছেপ্টেম্বৰত বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়
September 14th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এইসমূহৰ ভিতৰত, চাৰিটা প্ৰকল্প পানী যোগানেৰে সম্পৰ্কীয়, দুটা মলজল শোধন আৰু এটা ৰিভাৰফ্ৰন্ট উন্নয়নেৰে জড়িত। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৫৪১ কোটি টকা। এই প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্বত আছে বিহাৰৰ নগৰীয়া উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনস্থ বিহাৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন নিগম (BUIDCO)। এই কাৰ্যসূচীত বিহাৰৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব।The nerve centre of India's development lies in eastern India: PM Modi
March 12th, 03:52 pm
PM unveils plaques for railway bridge projects in Bihar
March 12th, 03:51 pm
Bihar can no more tolerate Jungle-Raj, what it needs is Vikas-Raj: PM Modi
October 08th, 04:33 pm
NDA's message is development, it is Vikasraj vs Jungleraj in Bihar: PM’s address at a public meeting in Munger
October 08th, 12:00 pm