মুম্বাই সমাচাৰৰ দ্বিশতাব্দী মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
June 14th, 06:41 pm
প্ৰথমতে নিলেশভায়ে যি ক'লে তাৰ সন্মুখত মোৰ বিৰোধ প্ৰকট কৰিছো, তেওঁ কৈছে যে ভাৰত ভাগ্য বিধাতা, কিন্তু ভাৰতৰ ভাগ্য বিধাতা জনতা জনাৰ্দন, ১৩০ কোটি দেশবাসী আছে, মই তো সেৱক। মোৰ ধাৰণা হয় যে আজি মই নহা হ'লে, মই বহুত কিবা হেৰুৱালো হেঁতেন, কিয়নো ইয়াৰ পৰা যদি চাবলৈ আৰম্ভ কৰো, তেন্তে প্ৰায় সকলো জনাজাত চেহেৰা দেখা যায়। ইমান বেছি মানুহৰ দৰ্শন কৰাৰ সুযোগ পোৱাটো বিশেষ আনন্দৰ অৱসৰ আৰু কি হ'ব পাৰে। তাৰ পৰা হাত ওপৰলৈ তুলি বন্দন কৰি আছে।২০০ বছৰে নিয়মীয়াকৈ প্ৰকাশ পাই অহা বাতৰিকাকত মুম্বাই সমাচাৰৰ দ্বিশতাব্দী মহোৎসৱত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
June 14th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত, ‘মুম্বাই সমাচাৰ’ ৰ দ্বিশতাব্দী মহোৎসৱত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেখেতে এটি ডাকটিকটো মুকলি কৰে।