জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ

March 20th, 12:30 pm

আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।

জাপানৰ টকিঅ’ত ভাৰতীয় সমূদায়ক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 08:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

জাপানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

May 23rd, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

ক’ভিডোত্তৰ এক শান্তিপূর্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ লক্ষ্যৰে অংশীদাৰিত্বৰ সন্দৰ্ভত ভাৰত-জাপানৰ যুটীয়া বিবৃতি

March 20th, 01:18 pm

ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সৈতে চতুর্দশ ভাৰত-জাপান বার্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ১৯ আৰু ২০ মার্চত প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত কিশিদা ফুমিঅ’ই ভাৰত ভ্ৰমণ কৰে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে এইকথা স্বীকাৰ কৰে যে এক অতি গুৰুত্বপূৰ্ণ সময়ত এই বৈঠক অনুষ্ঠিত হৈছে, যেতিয়া ভাৰত আৰু জাপানে কূটনৈতিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূৰ্তি আৰু ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে অন্তিম বার্ষিক বৈঠকৰ সময়ৰ পৰা বিভিন্ন বিষয়ৰ অগ্রগতি পর্যালোচনা আৰু সহযোগিতাৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে৷

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 20th, 11:04 am

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী কিশিদাক আদৰণি জনাবলৈ পাই মই পৰম সন্তোষ পাইছো।

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 20th, 11:03 am

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী কিশিদাক আদৰণি জনাবলৈ পাই মই পৰম সন্তোষ পাইছো।

PM Modi's remarks at joint press meet with PM Kishida of Japan

March 19th, 09:38 pm

Addressing the joint press meet with PM Kishida, Prime Minister Modi noted the progress in economic partnership between India and Japan. Japan is one of the largest investors in India. India-Japan are working as 'One team- One project' on Mumbai-Ahmedabad high-speed rail corridor, PM Modi remarked. Japan will invest 5 trillion Yen or Rs. 3.2 lakh crores in the next five years in India.

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ মাজত টেলিফোনিক বাৰ্তালাপ

March 09th, 08:13 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ সৈতে টেলিফোনযোগে কথা পাতে৷