The World This Week on India

December 24th, 11:59 am

India’s footprint on the global stage this week has been marked by a blend of diplomatic engagements, economic aspirations, cultural richness, and strategic initiatives.

কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 21st, 06:34 pm

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait

December 21st, 06:30 pm

PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.

মুম্বাইত সংঘটিত নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

December 18th, 10:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কথা ঘোষণা কৰে।

The World This Week on India

December 17th, 04:23 pm

In a week filled with notable achievements and international recognition, India has once again captured the world’s attention for its advancements in various sectors ranging from health innovations and space exploration to climate action and cultural influence on the global stage.

উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

November 26th, 08:15 pm

ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।

উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ

November 26th, 08:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।

Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi

November 23rd, 10:58 pm

Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.

PM Modi addresses passionate BJP Karyakartas at the Party Headquarters

November 23rd, 06:30 pm

Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.

Mahayuti government stands firmly on the side of national unity and development: PM in Mumbai

November 14th, 02:51 pm

PM Modi addressed the public meeting in Mumbai, emphasizing the choice Maharashtra faces in the upcoming elections: a government committed to progress or one mired in pisive politics. He recalled the legacy of Maharashtra’s great leaders like Balasaheb Thackeray, who first raised the demand to rename Aurangabad to Chhatrapati Sambhajinagar. Despite opposition from Congress, the Mahayuti government fulfilled this promise, highlighting the contrast between the BJP’s respect for Maharashtra's pride and Congress’s attempts to obstruct progress.

PM Modi delivers impactful addresses in Chhatrapati Sambhajinagar, Panvel & Mumbai, Maharashtra

November 14th, 02:30 pm

In powerful speeches at public meetings in Chhatrapati Sambhajinagar, Panvel & Mumbai, Prime Minister Narendra Modi highlighted the crucial choice facing Maharashtra in the upcoming elections - between patriotism and pisive forces. PM Modi assured the people of Maharashtra that the BJP-Mahayuti government is dedicated to uplifting farmers, empowering youth, supporting women, and advancing marginalized communities.

মহাৰাষ্ট্ৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 09th, 01:09 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

October 09th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।

Prime Minister shares memorable moments of Mumbai metro journey

October 06th, 02:00 pm

The Prime Minister Shri Narendra Modi today shared his memorable moments of Mumbai metro journey.

প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ' লাইন ৩ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জনাইছে

October 05th, 09:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুম্বাইৰ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিব।

৩০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে কেবিনেটে: মুম্বাই আৰু ইন্দোৰ দুই মুখ্য বাণিজ্যিক কেন্দ্ৰৰ মাজত আটাইতকৈ চুটি ৰে'ল সংযোগ প্ৰদান কৰিব

September 02nd, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটি’য়ে ৰে'ল মন্ত্ৰালয়ৰ অধীনত মুঠ ১৮,০৩৬ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষ নতুন ৰে'লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে। ইন্দোৰ আৰু মনমাড়ৰ মাজত প্ৰস্তাৱিত নতুন ৰে'লপথটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰাৰ লগতে গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত সামৰ্থ্য আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যি অঞ্চলটোৰ লোকসকলক অঞ্চলটোত ব্যাপক উন্নয়নৰ দ্বাৰা আত্মনিৰ্ভৰ কৰি তেওঁলোকৰ নিযুক্তি/স্ব নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।

মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

August 30th, 12:00 pm

‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘গভৰ্ণৰ’ শ্ৰীযুত শক্তিকান্ত দাস জী, ক্ৰিছ গোপালকৃষ্ণন জী, নিয়ন্ত্ৰকসমূহৰ সদস্য, বিত্ত উদ্যোগসমূহৰ নেতা, ‘ফিনটেক’ আৰু ‘ষ্টাৰ্ট-আপ বিশ্ব’ৰ মোৰ সহকৰ্মীসকল, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে

August 30th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জিঅ' বিশ্ব সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনো পদব্ৰজে পৰিদৰ্শন কৰে। ‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘জিএফএফ’-ৰ আয়োজন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘ফিনটেক জগত’ত ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰা আৰু খণ্ডটোৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰা।

প্ৰধানমন্ত্ৰীয়ে ৩০ আগষ্টত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

August 29th, 04:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ আগষ্ট, ২০২৪ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেন্টাৰত গ্ল'বেল ফিনটেক ফেষ্ট (GFF), ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় দিনৰ ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পালঘৰৰ চিডকো খেলপথাৰত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

মুম্বাইত ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটি টাৱাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 13th, 09:33 pm

প্ৰথমে, ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটিৰ সকলো সদস্যকে অভিনন্দন জনাইছো। আজি আপোনালোক সকলোৱে মুম্বাইত এটা বিশাল আৰু আধুনিক অট্টালিকা লাভ কৰিছে। আশাকৰোঁ এই নতুন অট্টালিকাটোৱে আপোনালোকৰ কাম-কাজ সম্প্ৰসাৰিত কৰিব আৰু আপোনালোকৰ কামৰ সহজতা বৃদ্ধি কৰিব, যিয়ে আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি স্বাধীনতাৰ আগতেই অস্তিত্ব লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আৰু সেয়েহে আপোনালোক সকলোৱে দেশৰ যাত্ৰাৰ প্ৰতিটো উত্থান-পতন অতি নিবিড়ভাৱে দেখিছে, জীয়াই আছে আৰু লগতে সাধাৰণ জনতাক জনাইছে। গতিকে সংগঠন হিচাপে আপোনালোকৰ কাম যিমানেই ফলপ্ৰসূ হ'ব সিমানেই দেশ ইয়াৰ দ্বাৰা উপকৃত হ'ব।