ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

While the BJP is committed to the empowerment of women, Congress has repeatedly been involved in scandals: PM in Nanded

While the BJP is committed to the empowerment of women, Congress has repeatedly been involved in scandals: PM in Nanded

November 09th, 12:41 pm

In his rally in Nanded, Maharashtra, PM Modi highlighted the BJP's initiatives for women, including housing, sanitation, and economic empowerment through schemes like 'Drone Didis' to make women 'Lakhpati Didis.' He criticized Congress for disrespecting Baba Saheb Ambedkar’s Constitution and attempting to pide communities for political gain. PM Modi emphasized that a developed, united, and secure Maharashtra is key to a Viksit Bharat and urged voters to support the vision for the state's progress.

PM Modi addresses massive gatherings in Akola & Nanded, Maharashtra

November 09th, 12:00 pm

PM Modi addressed large public gatherings in Akola & Nanded, Maharashtra, expressing deep gratitude for the people’s steadfast support over the past decade. He opened by highlighting the ambitious infrastructure initiatives launched by his government, including the Vadhavan Port, a nearly 80,000-crore project initiated within the first five months of his government’s third term at Centre and stated that respect, safety, and women’s empowerment have always been priorities for the BJP government.

If you work for 10 hours then I will work for 18 hours and this is Modi's guarantee to 140 crore Indians: PM Modi in Pratapgarh

May 16th, 11:28 am

In a rally at Pratapgarh, Uttar Pradesh, PM Modi criticized the INDI alliance’s past governance, highlighting their failures. He emphasized his government’s achievements in boosting India’s economy, aiming for third place globally. He slammed the Congress and SP for their lackadaisical attitude towards development, mocking their belief that progress happens effortlessly, dismissing hard work. He added, “The SP and Congress say that the country’s development will happen on its own, what’s the need to work hard for it? The SP and Congress mentality has two aspects, they say it will happen on its own and what's the use of this?”

There is no chance of Congress-SP emerging victorious in Bhadohi: PM Modi in Bhadohi, UP

May 16th, 11:14 am

Addressing a public gathering in Bhadohi, Uttar Pradesh, PM Modi said, Discussion about the elections in Bhadohi is happening across the state today. People are asking, where did this TMC come from in Bhadohi? Congress had no presence in UP before, and even SP has accepted that there is nothing left for them in this election, so they have left the field in Bhadohi. Friends, saving bail for SP and Congress in Bhadohi has also become difficult, so they are resorting to political experiments in Bhadohi.

PM Modi addresses a powerful election rallies in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP

May 16th, 11:00 am

Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rallies amid jubilant and passionate crowds in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'

Congress-DMK has deprived the SC-ST-OBC for decades: PM Modi in Mettupalayam

April 10th, 03:00 pm

Addressing a rally in Mettupalayam, Prime Minister Narendra Modi said, “Congress-DMK has deprived the SC-ST-OBC for decades”. He added that the I.N.D.I have never trusted the potential of the people of India. He said that even during the COVID pandemic, India’s MSMEs were provided with support of more than Rs. 2 lakh crores.

Massive crowd support in Vellore & Mettupalayam as PM Modi addresses two public meetings in Tamil Nadu

April 10th, 10:30 am

Ahead of the Lok Sabha elections, Prime Minister Narendra Modi was accorded a warm welcome by the massive crowd support in Vellore and Mettupalayam as he addressed two public meetings in Tamil Nadu. He said, I bow down to the history, mythology, and bravery of Vellore. He added, Vellore created a pivotal revolution against the British, and presently, its robust support for the N.D.A. showcases the spirit of 'Fir ek Baar Modi Sarkar'.

অসমৰ যোৰহাটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 09th, 01:50 pm

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 09th, 01:14 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।

তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 27th, 06:30 pm

প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।

তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

February 27th, 06:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

ইন্দোৰত 'মজদুৰোঁ কা হিট মজদুৰোঁ কো সমৰ্পিত' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

December 25th, 12:30 pm

মধ্য প্ৰদেশৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱ জী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দীৰ্ঘদিন ইন্দোৰত সেৱা আগবঢ়োৱা, আমাৰ সকলোৰে মাতৃ সুমিত্ৰা তাই, সংসদৰ মোৰ সহযোগীসকল, বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ প্ৰিয় শ্ৰমিক ভাই আৰু ভগ্নীসকল,

'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

December 25th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ প্ৰাপ্য পৰিহিত তথ্য সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ ইন্দোৰৰ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিক সংঘৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে খাৰগোন জিলাত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীযা অনুবাদ

October 02nd, 09:07 pm

এই ভূমি সাহস, আত্মা, সামৰিক গৌৰৱ, সংগীত, ৰুচি আৰু আত্মাৰ প্ৰতীক। গোৱালিয়ৰে দেশক বহু বিপ্লৱী বীৰ দিছে। গোৱালিয়ৰ– চম্বলে দেশ ৰক্ষাৰ বাবে আমাৰ সেনাবাহিনীক বহু বীৰ পুত্ৰ দিছে। গোৱালিয়ৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু নেতৃত্বৰো নতুন ৰূপ দিছিল।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

October 02nd, 03:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।

চেন্নাইত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

April 08th, 06:37 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ চেন্নাইত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে

April 08th, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইৰ আলষ্ট্ৰোম ক্ৰিকেট গ্ৰাউণ্ডত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন (প্ৰথম পৰ্যায়) উদ্বোধন কৰে আৰু চেন্নাইত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয়ৰ মাষ্টাৰ প্লেনৰ সৈতে সামগ্ৰী পৰিবহণ কাৰ্যক্ষমতা উন্নীতকৰণ শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 04th, 10:01 am

মই আনন্দিত হৈছো যে আজি আন্তঃগাঁথনিৰ সন্দৰ্ভত হৈ থকা এই ৱেবিনাৰত শ শ অংশীদাৰে যোগদান কৰিছে আৰু ৭০০তকৈ অধিক এমডি আৰু চিইঅ’ই সময় উলিয়াই এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ মহাত্ম্য বুজি মূল্য সংযোজনৰ কাম কৰিছে৷ মই সকলোকে আদৰণি জনাইছো৷ তদুপৰি, বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু বিভিন্ন অংশীদাৰেও ব্যাপক হাৰত যোগদান কৰি এই ৱেবিনাৰখন সমৃদ্ধ কৰিব, ফলপ্ৰসূ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ সময় দিয়াৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডৰ বৃদ্ধিৰ বাবে নতুন শক্তি প্ৰদান কৰিব। বিশ্বৰ বৃহৎ বিশেষজ্ঞ আৰু বহু নামী মিডিয়া হাউছে ভাৰতৰ বাজেট আৰু ইয়াৰ কৌশলগত সিদ্ধান্তক প্ৰশংসা কৰিছে।এতিয়া আমাৰ কেপেক্স ২০১৩-১৪ বৰ্ষৰ লগত তুলনা কৰা হৈছে, অৰ্থাৎ মোৰ আগমনৰ আগৰ পৰিস্থিতিৰ তুলনাত ৫গুণ অধিক হৈছে। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত চৰকাৰে আগন্তুক সময়ত ১১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ লক্ষ্য লৈছে। এনে পৰিস্থিতিত প্ৰতিজন অংশীদাৰৰ বাবে নতুন দায়িত্ব, নতুন সম্ভাৱনা আৰু সাহসী সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।