প্ৰধানমন্ত্ৰীয়ে জাপানৰ অধ্যক্ষ আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে

August 01st, 09:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী নুকাগা ফুকুশ্বিৰো আৰু জাপানৰ সংসদৰ সদস্য আৰু মুখ্য জাপানী কোম্পানীসমূহক প্ৰতিনিধিত্ব কৰা ব্যৱসায়িক নেতাসহ তেওঁৰ প্ৰতিনিধি দলক আদৰণী জনায়। বৈঠকত ভাৰত-জাপানৰ মাজত সংসদীয় আদান-প্ৰদানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়।