উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত ছেমিকন ইণ্ডিয়া ২০২৪ত ভাৰত আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ চিইঅ’সকলৰ
September 11th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত ছেমিকন ইণ্ডিয়া ২০২৪ উদ্বোধন কৰে। ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ছেমিকন ইণ্ডিয়া ২০২৪ বিষয়বস্তু হৈছে ‘অৰ্ধপৰিবাহী ভৱিষ্যত গঢ় দিয়া’। তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হৈছে যিয়ে ভাৰতক অৰ্ধপৰিবাহীৰ বাবে বৈশ্বিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কল্পনা কৰিছে। বিশ্বৰ অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানে এই সন্মিলনত অংশগ্ৰহণ কৰিছে যিয়ে বিশ্বৰ নেতা, কোম্পানী আৰু অৰ্ধপৰিবাহী উদ্যোগৰ বিশেষজ্ঞসকলক একত্ৰিত কৰিব। ২৫০ জনতকৈ অধিক প্ৰদৰ্শক আৰু ১৫০জন বক্তাইও এই সন্মিলনত অংশগ্ৰহণ কৰিছে।ছেমিকণ্ডাক্টৰ কাৰ্যবাহীৰ ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত প্ৰশংসা প্ৰকাশ কৰে অৰ্ধপৰিবাহীৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলে
September 10th, 11:44 pm
মাইক্ৰনৰ চিইঅ’ সঞ্জয় মেহৰোত্ৰাই কয় যে ভাৰতত অৰ্ধপৰিবাহী বিকশিত কৰি তাত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে পিএম মোদীৰ দৃষ্টিভংগী অতি ৰোমাঞ্চকৰ আৰু ভাৰতত অৰ্ধপৰিবাহী নিৰ্মাণক উৎসাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিষ্ঠিত নীতিও অতি ৰোমাঞ্চকৰ। তেওঁ কয়, “ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ বাবে অৰ্ধপৰিবাহী খণ্ডত সুযোগ বিকাশৰ বাবে এইটো এয়া সঠিক সময়, যিহেতু এআই বৃদ্ধি পাব, সুযোগ বৃদ্ধি পাব আৰু মই নিশ্চিত যে সবাতোকৈ ভালটো আহিবলৈ এতিয়াও বাকী।”এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়াই সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
March 30th, 10:16 am
এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুৰ্ট চিভাৰ্ছে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক।