৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।Read what US President Trump said about India at ‘Namaste Trump’ in Ahmedabad...
February 24th, 05:25 pm
Addressing a huge gathering at the world’s largest cricket stadium in Ahmedabad, US President Trump said, “The story of the Indian nation is a tale of astounding progress, a miracle of democracy, extraordinary persity, and above all, you are noble people.”PM Modi is my true friend: US President Donald Trump at ‘Namaste Trump’ in Ahmedabad
February 24th, 05:23 pm
Prime Minister Narendra Modi hosted US President Donald Trump at the world’s largest cricket stadium in Motera, where they jointly addressed a community programme – ‘Namaste Trump’. In his remarks, US President Donald Trump referred to PM Modi as his ‘true friend’.গুজৰাটৰ আহমেদাবাদত ‘নমস্তে ট্রাম্প’ অনুষ্ঠানত প্রধানমন্ত্রীৰ সামৰণি ভাষণ
February 24th, 01:50 pm
আপুনিএইমাত্ৰ ভাৰত সম্পর্কে যিখিনি কথা কৈছে, আপুনি যিদৰে মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰুচর্দাৰবল্লভ ভাই পেটেলক শ্রদ্ধাৰে স্মৰণ কৰিলে, ভাৰতৰ জনগণৰ ক্ষমতাৰ বিষয়ে ক’লে, সাফল্য আৰু সংস্কৃতিৰ বিষয়ে যিবোৰ কথা আপুনি ক’লে, মোৰ বিষয়েও আপুনি বহু কথা ক’লে, এই সকলোবোৰৰ বাবে দেশবাসীৰ হৈ আপোনাক বহু বহু ধন্যবাদ জনাইছো।প্ৰেছিডেণ্ট ট্রাম্পে কেৱল ভাৰতৰেই গৌৰৱ বৃদ্ধি কৰা নাই, বৰঞ্চ আমেৰিকাত বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিও সম্মান জনালে।গুজৰাটৰ আহমেদাবাদত নমস্তে ট্ৰাম্প অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অভ্যৰ্থনাসূচক ভাষণ প্ৰদান
February 24th, 01:49 pm
আজি মোটেৰা ষ্টেডিয়ামত এক ইতিহাস ৰচিত হৈছে৷ আজি আমি ইতিহাসৰ পুনৰাবৃত্তি হোৱাও দেখা পাইছো৷ পাঁচ মাহ পূৰ্বে মই আমেৰিকা যাত্ৰাৰ সূচনা হাউষ্টনত হোৱা হাউডী মোদী কাৰ্যসূচীৰ জৰিয়তে কৰিছিলো আৰু আজি মোৰ মিত্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ঐতিহাসিক ভাৰত যাত্ৰাৰ সূচনা আহমেদাবাদৰ নমস্তে ট্ৰাম্পৰ জৰিয়তে কৰিছে৷ আপোনালোকে কল্পনা কৰিব পাৰেনে যে তেওঁ আমেৰিকাৰ পৰা পোনে পোনে ইয়ালৈ আহিছে৷ ইমান দীঘলীয়া যাত্ৰাৰ পিছত ভাৰতত নামিয়েই ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পৰিবাৰে পোনে পোনে সবৰমতী আশ্ৰমলৈ গৈছে আৰু তাৰ পৰা এই কাৰ্যসূচীলৈ আহিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰত আপোনাক হৃদয়েৰে স্বাগতম জনাইছো৷PM Modi addresses #NamasteTrump with President Trump in Ahmedabad
February 24th, 01:48 pm
PM Narendra Modi and US President Donald Trump addressed the 'Namaste Trump' community programme at the world's largest cricket stadium in Ahmedabad. Speaking about India-US ties, PM Modi said, There is so much that we share: Shared Values & Ideals, Shared Spirit of Enterprise & Innovation, Shared Opportunities & Challenges, Shared Hopes & Aspirations.Glimpses from PM Modi and President Trump's roadshows in Ahmedabad...Have a look!
February 24th, 01:17 pm
PM Modi and President Trump held two mega roadshows in Ahmedabad. The first roadshow was from Ahmedabad airport to Sabarmati Ashram, where the leaders paid tribute to Mahatma Gandhi. The other roadshow commenced from Sabarmati Ashram and concluded at the cricket stadium in Motera, where the 'Namaste Trump' programme is being organised. People from all walks of life thronged the streets to welcome PM Modi and President Trump.আপোনাৰ আগমণক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভাৰতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
February 24th, 10:59 am
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ২ দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হোৱাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়, “আপোনাৰ আগমণৰ বাবে ভাৰতে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ড’নাল্ড ট্ৰাম্প মহোদয়।”PM Modi & President Trump to address community programme at world's largest cricket stadium
February 23rd, 12:59 pm
The world’s oldest democracy will meet the world’s largest democracy, at the world’s largest cricket stadium.Shri Modi felicitates cricket teams and players at Motera stadium
September 08th, 06:58 pm
Shri Modi felicitates cricket teams and players at Motera stadium