Cabinet approves opening of 85 new Kendriya Vidyalayas KVs under civil defence sector
December 06th, 08:01 pm
The Cabinet Committee on Economic Affairs, chaired by Prime Minister Narendra Modi approved opening of 85 new Kendriya Vidyalayas under Civil/Defence sector across the country and expansion of one existing KV i.e. KV Shivamogga, District Shivamogga, Karnataka to facilitate increased number of Central Government employees by adding two additional Sections in all the classes under the Kendriya Vidyalaya Scheme (Central Sector Scheme).ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ আৰম্ভণি ভাষণৰ অসমীয়া অনুবাদ (২২ অক্টোবৰ, ২০২৪)
October 22nd, 07:39 pm
আপোনাৰ বন্ধুত্বৰ মনোভাৱ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্ৰিকছ সন্মিলনৰ বাবে কাজানৰ দৰে এখনি সুন্দৰ চহৰ ভ্ৰমণৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। চহৰখনৰ ভাৰতৰ সৈতে গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আছে। কাজানত নতুন ভাৰতীয় কনছুলেট মুকলিয়ে এই সম্পৰ্কক অধিক সুদৃঢ় কৰিব।পৰিণামসমূহৰ তালিকা: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়াৰ আনুষ্ঠানিক ভ্ৰমণ
July 09th, 09:59 pm
২০২৪ চনৰ পৰা ২০২৯ চনলৈকে এই সময়ছোৱাৰ বাবে ৰাছিয়াৰ সুদূৰ পূবত বাণিজ্য, অৰ্থনৈতিক আৰু বিনিয়োগ খণ্ডত ভাৰত-ৰাছিয়াৰ সহযোগিতাৰ কাৰ্যসূচীৰ লগতে ৰাছিয়ান ফেডাৰেচনৰ আৰ্কটিক অঞ্চলত সহযোগিতাৰ সিদ্ধান্ত২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত যৌথ বিবৃতি
July 09th, 09:54 pm
২৷ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল বঁটাৰে সন্মানীত কৰে।২০৩০ চনলৈকে ৰাছিয়া-ভাৰত অৰ্থনৈতিক সহযোগিতাৰ কৌশলগত ক্ষেত্ৰসমূহৰ অগ্ৰগতিক লৈ নেতৃবৃন্দৰ যুটীয়া বিবৃতি
July 09th, 09:49 pm
মস্কোত ৮-৯জুলাইত ৰাছিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত ২২তম বাৰ্ষিক দ্বিপাক্ষিক শীৰ্ষ সন্মিলনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক ব্যৱহাৰিক সহযোগিতা আৰু ৰাছিয়া-ভাৰত বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ বিকাশৰ সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ মত বিনিময় কৰে।মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 09th, 02:39 pm
আজি মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সমাধিস্থলত পুষ্পমাল্যও অৰ্পণ কৰে।ৰাছিয়াত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 11:35 am
আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজক সম্বোধন কৰে
July 09th, 11:30 am
আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কোত উপস্থিত প্ৰধানমন্ত্ৰীৰ
July 08th, 05:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হয়। মস্কোত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মাণ্টুৰভে ভানুকোভ’-দ্বিতীয় বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (৮ৰ পৰা ১০ জুলাই ২০২৪ত)
July 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ৮ৰ পৰা ১০ জুলাই, ২০২৪ত ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্য ভ্ৰমণ কৰিব।ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ১৭ টা পদক জয় কৰাৰ বাবে মহিলা খেলুৱৈসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 08th, 11:03 pm
ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত দেশৰ হৈ ১৭টা পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে।মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ বাবে চাদিয়া তাৰিকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 26th, 09:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰ বাবে চাদিয়া তাৰিকক অভিনন্দন জ্ঞাপন কৰিছে।মস্কোত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
February 11th, 10:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কোত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে।PM visits National Crisis Management Centre in Moscow
December 24th, 03:15 pm
PM Modi meets Russian President Vladimir Putin
December 23rd, 11:47 pm
PM Modi arrives in Moscow, Russia
December 23rd, 08:04 pm
PM to visit National Crisis Management Centre in Moscow
December 23rd, 12:46 pm