দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জা ইনৰ সৈতে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ টেলিফোনিক বাৰ্তালাপ
October 21st, 03:53 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি টেলিফোনযোগে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জা-ইনৰ সৈতে বাৰ্তালাপ কৰে।PM Greets President & People of Republic of Korea on the 70th Anniversary of the Outbreak of the Korean War
June 25th, 07:04 pm
On the occasion of the 70th Anniversary of the outbreak of the Korean War in 1950, Prime Minister of India Shri Narendra Modi paid rich tribute to the bravehearts who sacrificed their lives in the pursuit of peace on the Korean Peninsula.প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে একাধিক শুভেচ্ছামূলক ফোনকল
June 04th, 06:52 pm
ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্যাপক আসন লাভেৰে অনবদ্য জয়লাভ কৰাৰ বাবে বিভিন্ন দেশৰ পৰা আজি ৰাষ্ট্ৰপ্ৰধান নেতাসকলে কৰা শুভেচ্ছামূলক ফোনকল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইন, জিম্বাব’ৱেৰ ৰাষ্ট্ৰপতি ই ডি মনঙ্গাগৱা আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জাকিণ্টো ঞুছিয়ে কৰা শুভেচ্ছামূলক ফোনকলসমূহ গ্ৰহণ কৰে।কোৰিয়া গণৰাজ্য ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি
February 22nd, 08:42 am
কোৰিয়ালৈ অহাৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ বাবে আৰু এই উষ্ম সম্ভাষণৰ বাবে মই ৰাষ্ট্ৰপতি মুনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই পূৰ্বতেও বহু বাৰ কৈছিলো, যেতিয়া মই প্ৰধানমন্ত্ৰীৰ পদত নাছিলো তেতিয়াৰে পৰাই মই ভাৰতৰ বিকাশৰ বাবে কোৰিয়াৰ মডেল সবাতোকৈ অনুকৰণীয় বুলি মানি আহিছো৷ আৰু সেইবাবে কোৰিয়ালৈ কৰা যাত্ৰা মোৰ বাবে সদায়েই প্ৰসন্নদায়ক হয়৷দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/নথিসমূহৰ তালিকা
July 10th, 02:46 pm
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/নথিসমূহৰ তালিকাদক্ষিণ কোৰিয়াৰ ভাৰত ভ্ৰমণ কালত যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
July 10th, 02:30 pm
প্ৰায় এবছৰৰ আগতে হামবাৰ্গত জি-২০ সন্মিলনৰ সময়ত প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি মুনক লগ পাইছিলো। সেই সময়তে তেওঁক মই ভাৰতলৈ নিমন্ত্ৰণ জনাইছিলো। আজি সমগ্ৰ বিশ্বই কোৰিয়াত হৈ থকা কাম-কাজবোৰ গুৰুত্ব সহকাৰে প্ৰত্যক্ষ কৰিছে। এনে ব্যস্ত কাৰ্যসূচীৰ মাজতে ভাৰত ভ্ৰমণৰ বাবে তেওঁ সময় উলিওৱাৰ বাবে মই তেওঁক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছো।Prime Minister Modi meets President of the Republic of Korea, Prime Minister of Italy and Prime Minister of Norway
July 08th, 04:03 pm
On the sidelines of G20 Summit in Hamburg, Prime Minister Modi held bilateral meetings with President of the Republic of Korea, Prime Minister of Italy and Prime Minister of Norway. Issues of mutual cooperation and global importance came up for discussion.PM Modi's bilateral meetings on the sidelines of G20 Summit in Hamburg
July 08th, 01:58 pm
PM Narendra Modi held bilateral meetings with world leaders on the sidelines of G20 Summit in Hamburg, Germany.PM congratulates Mr. Moon Jae-in upon his election as President of the Republic of Korea
May 10th, 04:36 pm
Prime Minister Narendra Modi today congratulated Mr. Moon Jae-in upon his election as President of the Republic of Korea. The PM said, I warmly congratulate H.E. Mr. Moon Jae-in upon his election as President of the Republic of Korea. I look forward to meeting H.E. Mr. Moon Jae-in soon and also look forward to working closely as special strategic partners.